Author: Dipshikha

মণিপুৰত ৫৫কোটি ৫২লাখ টকাৰ হেৰ’ইন জব্দ

মণিপুৰত প্ৰায় ৫৫কোটি ৫২লাখ টকাৰ হেৰ’ইন,আফিং আৰু নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।চূৰাচান্দপুৰ জিলাত অভিযান চলাই ৭.৭৫৫ কেজি নিষিদ্ধ হেৰ’ইন আৰু ৬.৭৩৬ কেজি আফিং জব্দ কৰে। জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় ক’লা…

অসমত বতৰে লব কালৰূপ

অসম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা প্ৰকাশ কৰে বতৰ বিজ্ঞান বিভাগে । ইফালে সমগ্ৰ দেশতে বতৰৰ ৰূপ সলনি হোৱাৰো তথ্য প্ৰকাশ কৰে বিভাগটোৱে । উত্তৰ-পূবসহ…

চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে কাশ্মীৰত । চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে…

ক’ভিড১৯ৰ ভয়ংকৰ ৰূপ

পুনৰবাৰ দেশত ভাবুকি স্বৰূপ হৈ পৰিছে ক’ভিড-১৯ । সময়ৰ লগে লগে বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪৩০২ জন। ইয়াৰ পিছত বৃহস্পতিবাৰে এই ৰোগী ৪৮৬৬ লৈ…

বানত ক্ষতিগ্ৰস্ত হৈছে অসমৰ ২১খন জিলা

বাৰিষাৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে অসমৰ ২১ খন জিলা ৷ বিগত কিছুদিনৰে পৰা ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদী-উপনদীসমূহৰ জলপৃষ্ঠ উফন্দি উঠি বিপদৰ সূচনা কৰিছে ৷ বহু এলেকাত নৈসমূহৰ…

দেশৰ বিভিন্ন প্ৰান্তত NIAৰ ব্যাপক তালাচী

পাকিস্তান সম্পৰ্কীয় চোৰাংচোৱাগিৰিৰ সন্দৰ্ভত সমগ্ৰ দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত NIA-এ ব্যাপক তালাচী অভিযান চলাইছিল। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগ ৰাজ্যৰ পাকিস্তানী চোৰাংচোৱা সংস্থা…

সমগ্র ৰাজ্যতে ৰেড এলাৰ্ট জাৰি

জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ । শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ৰাজপথত সাগৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হয় ।গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীৰ…

উত্তপ্ত পৰিস্থিতি মণিপুৰত

অস্থিৰ হৈ পৰিছে মণিপুৰ ।মঙলবাৰে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । মেইটেই গোটৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতিৰ ছাত্ৰ শাখাই উপত্যকাটোৰ জিলাসমূহৰ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলাবন্ধ কৰি আন্দোলন তীব্ৰতৰ…

সীমান্ত সুৰক্ষা বাহিনীৰ সফল অভিযান

অসমৰ মানকাচৰ জিলাৰ ঠাকুৰবাড়িত ভাৰত-বাংলাদেশ সীমান্তত মঙলবাৰে পুৱা ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ড (BGB) ৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে…

কেৱল অসমে নহয় কৃত্ৰিম বানত ডুবিল হায় দৰাবাদ

কৃত্ৰিম বানৰ কবলত হায়দৰাবাদৰ বিভিন্ন অঞ্চল । নিশা ৰাজপথত শ শ বাহন আৰু যাত্ৰী আৱদ্ধ ।ফলস্বৰূপে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে । কৃত্ৰিম বানৰ ফলত ৰাজপথত শ শ যান-বাহন আৰু…