Author: Dipshikha

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল। ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই।এতিয়া চিৰদিনৰ বাবে ২২ গজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পূজাৰাই…

ভাৰতীয় বিমান পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী…

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা । তাৰ মাজতে পৰিষদীয় নিৰ্বাচনৰ বাবে একাধিক বিধায়কৰ নাম অন্তৰ্ভুক্তিৰে ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ ইউপিপিএলৰ…

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘন

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা ভংগ কৰি শুকুৰবাৰে পুৱা এজন লোকে সংসদৰ দেৱালত উঠে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ততালিকে তেওঁক ধৰি…

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি…

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত…

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু, ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও জনাটো অতি গুৰুত্বপূৰ্ণ । যদি সঠিক ইয়াক সেৱন…

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।দ্বিতীয়…

এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ দ্বিতীয় ঘটনা

এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত…

GMCHত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

GMCHত চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।ঘটনাৰ পিছতে উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। ঘটনা সন্দৰ্ভত…