Business কেঁচা নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে? December 17, 2025 Dipshikha কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক- মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু ।…
Business অসমলৈ আহিব মোদী December 17, 2025 Dipshikha ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।বিয়লি ৩ বজাত কেইবাটাও কাৰ্যসূচী হাতত…
Business পুনৰ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী December 17, 2025 Dipshikha হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়াক দিব। ফটোখন তুলিলে যদিও বিপদত পৰিল।পুনৰ বিপদত…
Business চৰ্চাত এহাল দম্পতী December 17, 2025 Dipshikha শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ…
Business ১০গৰাকীৰ মৃ*ত্যু!এক ভয়ংকৰ ঘটনা।আচৰিত সকলো…. December 15, 2025 Dipshikha অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব’ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত বৰ্তমানলৈ ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় । নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে…
Business কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু শৰীৰ সতেজ ৰাখে এইবিধ খাদ্যই December 15, 2025 Dipshikha ঘৰত ককা-আইতা থকাসকলে হয়তো তেওঁলোকৰ মুখত কুজি থেকেৰাৰ নাম শুনিছে। আজিকালি এলাগি হোৱা থেকেৰা আচলতে ঔষধি গুণৰ ভাণ্ডাৰ। যিমানেই পুৰণা হয়, থেকেৰাৰ ঔষধি গুণ সিমানেই বৃদ্ধি হয়।কুজি থেকেৰা (Garcinia cowa)…
Business মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগিছিল-হিমন্ত বিশ্ব শৰ্মা December 15, 2025 Dipshikha লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতাক লৈ পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ বাবে তেওঁ ৰাজ্যৰ আইন-শৃংখলা ভংগ আৰু ভিআইপি সংস্কৃতিৰ…
Business কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয় December 13, 2025 Dipshikha শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয় ৷ আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীৰ আভাস পাবলৈ বৃহৎসংখ্যক অনুৰাগী সমবেত হৈছিল যদিও কিছু মিনিটৰ ভিতৰতে তেওঁলোকে অনুষ্ঠানটোৰ অপব্যৱস্থাপনাক লৈ অসন্তুষ্টি…
Business বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক December 13, 2025 Dipshikha উমৰাংছ’ৰ ১১ সংখ্যক ফেলকন ফেষ্টিভেলত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক ৷ ‘জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি…
Business অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে December 13, 2025 Dipshikha অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে ৷ অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিবৃতিৰ প্ৰকাশ কৰিছে এই কথা ৷ ক্ৰিকেট খেলৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা…