Author: Dipshikha

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰত । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ ভাৰতে এই মেচখনত জয়ী হ’ব । অন্যথা প্ৰতিযোগিতাৰ…

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ’ব

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ’ব । জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ ।”যদি আহি থকা ২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ…

গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী

গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা দেখা যায়।স্বাস্থ্য সচেতন লোকসকলে এতিয়া নিজৰ দৈনন্দিন খাদ্যাভ্যাসত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰিছে। এইক্ষেত্ৰত বহুলোকৰ…

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাতে শ্বহীদ দুজন পেৰা কমাণ্ডো

জম্মু-কাশ্মীৰত শেহতীয়া সময়ছোৱাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবিৰোধী অভিযানত নিহত হৈছে বহু সন্ত্ৰাসবাদী সদস্য। আনহাতে প্ৰাণ হেৰুৱাইছে বহুকেইজন নিৰাপত্তাৰক্ষীয়েও। উপত্যকাটোৰ অনন্তনাগ জিলাত এনে এক অভিযানৰ…

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে নিজৰ ঘৰখনৰ সন্ধানত হাজাৰ হাজাৰ লোক গাজালৈ ৰাওনা হৈছে ।ইজৰাইল আৰু হামাছৰ প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ লগে লগে গাজাত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ…

ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ

ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ চাৰালদাঙাৰ এটা ইটাভাটাৰ সমীপত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।ইফালে,…

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। এই তথ্য প্ৰকাশ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে। এই কাণ্ডত দাউদ ইব্ৰাহিমৰ গেং জড়িত আছে…

১০ অক্টোবৰত ঘোষণা হ’ব ADRE ৰ ফলাফল

১০ অক্টোবৰত ঘোষণা হ’ব ADRE ৰ ফলাফল। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে পৰীক্ষাৰ ফলাফল চাব পাৰিব। এই পৰীক্ষাত লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।তৃতীয় শ্ৰেণীৰ পদসমূহৰ ফলাফল দিনৰ ১০.৩০ বজাত হ’ব। এই ঘোষণাৰ…

শ্যামকানু মহন্তক কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত হৈছে শ্যামকানু মহন্ত । যাক ইতিমধ্যে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰে শ্যামকানু মহন্তৰ নাম সাঙোৰ খোৱাৰ পিছতে চৰকাৰে তেওঁৰ…

ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী গৰাখহনীয়াই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে

ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী গৰাখহনীয়াই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বিহগুৰিৰ দক্ষিণ অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।চকুৰ আগতে মাটিভেটিসহ মৰমৰ ঘৰখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা দেখি আতংকিত হৈ পৰিছে শতাধিক দৰিদ্ৰ কৃষিজীৱী…