Author: Dipshikha

এইবাৰ অসম চৰকাৰ সাজু হৈছে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে

বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ। এইবাৰ অসম চৰকাৰ সাজু হৈছে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে। দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা…

মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম

মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম । বৰঝাৰত আদৰিবলৈ নগ’ল ৰজাঘৰীয়া ।বিমান বন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনাই যদিও বিশ্ব জয়…

জুবিন গাৰ্গৰ সপোনৰ ছবিৰে উপাৰ্জনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে

অসমৰ লগতে দেশৰ আন কেবাটাও প্ৰান্তৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰা অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিন গাৰ্গৰ সপোনৰ ছবি এইখন।উপাৰ্জনৰ ক্ষেত্ৰত যেন অভিলেখ সৃষ্টি কৰিছে…

জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব

জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত তেওঁৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল শিক্ষা পৰিষদে। এই জীৱনীখন দেশৰ ১৪টা প্ৰধান আধুনিক ভাৰতীয় ভাষা (MIL)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বুলিও অসম…

BCCI ৰ এক ডাঙৰ ঘোষণা

অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ…

মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা

২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা ৷ বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত দেওবাৰে পৰ্যটক, স্থানীয় ৰাইজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ লগতে…

অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে

অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ…

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল ৷ তেলেংগানাত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰূপে আজি অৰ্থাৎ শুকুৰবাৰে শপত ল’লে প্ৰাক্তন ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ মহম্মদ আজহাৰুদ্দিনে ৷তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা…

ধনিয়াৰ স্বাস্থ্যৰ উপকাৰিতা

ধনিয়া স্বাস্থ্য আৰু ছালৰ বাবে যথেষ্ট উপকাৰী, যাৰ গুণাগুণৰ ভিতৰত আছে ডায়েবেটিছ নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি, প্ৰদাহ হ্ৰাস, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি। এইবোৰৰ উপৰিও, ধনিয়াৰ ডিটক্সিফাইং…

আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে

আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা।জানিব পৰা মতে, বঙাইগাঁৱৰ জলী মেক্সৰ অডি-২ৰ দৰ্শনীত…