Author: Business Bureau

গুডনাইটৰ সমীক্ষাত উন্মোচিত হৈছে ভাৰতীয়সকলৰ মাজত বছৰজুৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ উদ্বেগ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ অধীনত ভাৰতৰ আগশাৰীৰ ঘৰুৱা কীটনাশক ব্ৰেণ্ড গুডনাইটৰ এক নতুন সমীক্ষাত প্ৰকাশ পাইছে যে ৮১% ভাৰতীয়ই আশংকা কৰিছে যে কেৱল বাৰিষাত নহয়, ডেংগু আৰু মেলেৰিয়াৰ দৰে…

টাইটাছ ফুটৱেয়েৰে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে ৫০ কোটি টকা বিনিয়োগৰ ঘোষণা

কলকাতাস্থিত জোতা ব্ৰেণ্ড টাইটাছ ফুটৱেয়েৰ প্ৰাইভেট লিমিটেডে ব্যৱসায়িক বৃদ্ধিৰ ক্ষেত্ৰত নতুন পদক্ষেপৰ কথা ঘোষণা কৰিছে আৰু মহতা পৰিয়ালে সিংহভাগ অংশীদাৰিত্ব লাভ কৰি অহা ৩ বছৰত ৫০ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি…

চিএডি – আনুষংগিক বৃক্কৰ চিকিৎসাত পথ প্ৰদৰ্শন মেদান্ত দ্য মেডিচিটী

নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদান্ত—দ্য মেডিচিটীয়ে ক্লিনিকেল ৰিচাৰ্ছ আৰু বিস্তৃত ৰোগৰ উন্নত চিকিৎসা বিকল্পৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। মেদান্ত-দ্য মেডিচিটীৰ ইণ্টাাৰভেনচনেল কাৰ্ডিঅ’লজী,…

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন কৰে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন, বহনক্ষমতা আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামৰ্থ্যৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰি ৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান দিৱস সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ (কেমিকেলছ) আৰু এষ্টেক…

গুৱাহাটীত গোড্ৰেজৰ শেহতীয়া স্মাৰ্ট নিৰাপত্তাৰ উদ্ভাৱনেৰে নিজৰ স্থান সুৰক্ষিত কৰক

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান নিৰাপত্তা বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গুৱাহাটীত গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ চিকিউৰিটী চল্যুচন বিভাগে গুৱাহাটীত প্ৰযুক্তি সক্ষম প্ৰিমিয়াম হোম লকাৰৰ শেহতীয়া ৰেঞ্জ মুকলি কৰিছে। ইতিমধ্যে হোম লকাৰ…

এছবিআই লাইফ মুকলি কৰিছে ‘স্মাৰ্ট শ্বিল্ড প্লাছ’

গ্ৰাহকৰ পৰিৱৰ্তিত সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে ভৱিষ্যতৰ বাবে সাজু টাৰ্ম বীমা পৰিকল্পনা ‘এছবিআই লাইফ ইঞ্চুৰেন্স’ মুকলি কৰিছে ‘এছ বি আই লাইফ – স্মাৰ্ট শ্বিল্ড প্লাছ’। ব্যক্তিগত, অ-সংযুক্ত, অ-অংশগ্ৰহণকাৰী, বিশুদ্ধ বিপদাশংকা…

জিয়মি ইণ্ডিয়াই ১৪,৯৯৯ টকাত মুকলি কৰিলে ৰেডমি ১৫ ৫জি

বিশ্বব্যাপী উদ্ভাৱনৰ ১৫ বছৰ আৰু ভাৰতত ১১ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে জিয়মি ইণ্ডিয়াই মুকলি কৰিছে ৰেডমি১৫ ৫জি। নতুন মোবাইলটো শক্তি, পৰিৱেশন আৰু ষ্টাইলৰ সংমিশ্ৰণ, যি আজিৰ সংযুক্ত গ্ৰাহকৰ বাবে ডিজাইন…

মহাবল চিমেণ্টৰ সৈতে সংযোগ অস্বীকাৰ আদানী গ্ৰুপৰ; অসমত আদানী গ্ৰুপৰ বাবে ভূমি আবণ্টনৰ দাবী “ভিত্তিহীন”

অসম চৰকাৰে ডিমা হাচাও জিলাত ৩,০০০ বিঘা মাটি আবণ্টন দিয়া বুলি দাবী কৰি প্ৰচাৰিত বাতৰিৰ বিৰুদ্ধে সোমবাৰে আদানী গ্ৰুপে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।আহমেদাবাদৰ পৰা সংবাদ মাধ্যমৰ বিবৃতিত আদানী গ্ৰুপে স্পষ্ট কৰি…

২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকাশৰ বাবে শিক্ষা খণ্ডত পুঁজি বৃদ্ধিৰ বাবে ভিআইটিৰ আচাৰ্যৰ আহ্বান

ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি(ভিআইটি)ৰ আচাৰ্য ড০ জি বিশ্বনাথনে ২০৪৭ৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে শিক্ষাৰ বিকাশ অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰে। বিশ্বনাথনৰ নেতৃত্বত আজি অনুষ্ঠিত ভিআইটিৰ ৪০…

বাৰিষাৰ ব্ৰণৰ সমাধানে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে আয়ুৰ্বেদ-চালিত ছুপাৰফুডৰ চাহিদা বৃদ্ধি পায়

বাৰিষাৰ আৰ্দ্ৰতা আৰু উষ্ণতাৰ তাপমাত্ৰাই যিহেতু ছিদ্ৰতা বন্ধ হোৱা, অতিৰিক্ত তৈলাক্ত হোৱা আৰু বিবিধ ছালৰ সমস্যাৰ সৃষ্টি কৰে, সেয়াহে আয়ুৰ্বেদ বিশেষজ্ঞসকলে এক গুৰুত্বপূৰ্ণ প্ৰতিকাৰ হিচাপে আহাৰৰ প্ৰতি মনোযোগ দিয়াৰ পৰামৰ্শ…