Author: Business Bureau

“মেন’পজ(ৰজোনিবৃত্তি) কেৱল মহিলাই সহ্য কৰিব নোৱাৰে, পৰিয়ালেও বুজিব লাগিব”

মেন’পজ কোনো ডাঙৰ ঘোষণা কৰি নাহে। ই শান্তভাৱে প্ৰতিফলিত হয় – ৰাতি গৰম অনুভৱ কৰে, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মেজাজ সলনি হয়, আৰু শক্তিৰ স্তৰ হ্ৰাস পায়। যি কথা বেছিভাগ…

সহজ ভ্ৰমণৰ বাবে এনচিএমচি-সক্ষম খৰচ কাৰ্ডৰ সৈতে টাইডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যাতায়তত পৰিৱৰ্তন আনিছে

ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ফ্ৰিলান্সাৰ ৰূপে কৰ্মৰতসকলৰ বাবে এক ডাঙৰ সকাহ প্ৰদান কৰি এছএমই-ৰ বাবে দেশৰ আগশাৰীৰ বিত্তীয় ব্যৱস্থাপনা প্লেটফৰ্ম টাইডে ৰুপে-চালিত এক্সপেঞ্চ কাৰ্ডত নেচনেল কমন মবিলিটী কাৰ্ড(এনচিএমচি)ৰ সমৰ্থন বা…

অমৃতাৰ মিজোৰাম এছটিআই হাব মুকলিয়ে ষ্টাৰ্টআপ উদ্ভাৱন আৰু জনজাতীয় উদ্যোগীকৰণক ত্বৰান্বিত কৰে

মিজোৰামত সম্প্ৰদায়ৰ দ্বাৰা চালিত উদ্ভাৱন যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। মিজোৰাম বিশ্ববিদ্যালয়ত নতুনকৈ উদ্বোধন কৰা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই) হাব ভৱনটোৱেই জীৱন্ত সাক্ষী—য’ত বিজ্ঞানে কৰুণাৰ সৈতে মিলিত হৈছে আৰু…

অসমৰ গ্ৰাম্য মহিলাৰ সবলীকৰণৰ বাবে আধাৰ হাউছিং ফাইনেন্সৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আৰম্ভণি

আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ অভাৱগ্ৰস্ত বা পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণৰ লক্ষ্যৰে দক্ষতা বিকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে। কামৰূপ(ম) জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ চয়নী ৰাণী ব্লকৰ দক্ষিণ ভোলাগাঁও আৰু ৰাণীগাঁও গাঁও…

ঋতুভিত্তিক পৰিৱৰ্তনৰ বাবে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন: জীৱনশৈলীৰ সৰল সালসলনিৰ পৰামৰ্শ বিশেষজ্ঞৰ

চহৰখন লাহে লাহে শীতৰ ঋতুলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে ৰোগ প্ৰতিৰোধ সামৰ্থ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। উষ্ণতাৰ উঠা-নমা, এলাৰ্জেন বৃদ্ধি আৰু জীৱনশৈলীৰ…

পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ টাটা এআইএ-ই আগবঢ়াইছে ‘শুভ ফেমিলী প্ৰটেক্ট’

ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ টাটা এআইএ শুভ ফেমিলী প্ৰটেক্ট—এক যুগান্তকাৰী টাৰ্ম প্লেন মুকলি কৰিছে যিয়ে তাৎক্ষণিক এককালীন ধন পৰিশোধ আৰু ৩০…

ভাৰতে চিচিএছচিএইচৰ সফলতাৰে আয়োজন কৰে অষ্টম অধিবেশন, বৃহৎ আকাৰৰ ভেনিলা, ধনীয়া আৰু ইলাচিৰ বাবে চূড়ান্ত কৰে কোডেক্স মানদণ্ড

বিশ্বৰ মচলাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি গুৱাহাটীৰ মছলা আৰু ৰন্ধন উদ্ভিদ সম্পৰ্কীয় কোডেক্স কমিটীৰ (চিচিএছচিএইচ৮) অষ্টম অধিৱেশনৰ সফলতাৰে সমাপ্তি ঘটিছে। এই অধিৱেশনৰ এটা মুখ্য…

ভাৰতীয় জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি চিহ্নিত কৰি কোচিন শ্বিপয়াৰ্ডে মুকলি কৰিলে ৩খন অত্যাধুনিক জাহাজ

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ প্ৰধান জাহাজ নিৰ্মাতা কোচিন শ্বিপয়াৰ্ড লিমিটেডে (চিএছএল) একেলগে তিনিখন অত্যাধুনিক জাহাজ-এণ্টি-ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (এএছডব্লিউ এছডব্লিউচি) হাইব্ৰিড ইলেকট্ৰিক মেথানল-ৰেডি কমিছনিং ছাৰ্ভিচ…

চনী ইণ্ডিয়াই মুকলি কৰিছে ডব্লিউএইছ-১০০০এক্সএম৬ হেডফোন

চনী ইণ্ডিয়াই “নেক্সট জেনেৰেচন” শব্দ বাতিল আৰু ষ্টুডিঅ’ পৰ্যায়ৰ শব্দ নিখুঁততাৰ প্ৰতিশ্ৰুতিৰে বঁটা জয়ী ১০০০এক্স ছিৰিজৰ শেহতীয়া সংস্কৰণ ডব্লিউএইছ-১০০০এক্সএম৬ মুকলি কৰিছে। নতুন হেডফোনসমূহত চনীৰ উন্নত এইচডি নইজ কেঞ্চেলিং প্ৰচেছৰ কিউএন৩…

টিভিএছ মটৰ সম্পূৰ্ণ নতুন টিভিএছ আপাচি আৰটিএক্স মুকলি কৰিছে

টিভিএছ মটৰ কোম্পানীয়ে আনুষ্ঠানিকভাৱে সম্পূৰ্ণ নতুন টিভিএছ আপাচি আৰটিএক্স মুকলি কৰি এডভেঞ্চাৰ ৰেলী ট্যুৰ ছেগমেণ্টত প্ৰৱেশ কৰিছে, যাৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,৯৯,০০০ টকা। পৰৱৰ্তী প্ৰজন্মৰ টিভিএছ আৰটি-এক্সডি৪ ইঞ্জিন প্লেটফৰ্মত প্ৰস্তুত…