Author: Business Bureau

ভাৰতীয় দূতাবাসে কাঠমাণ্ডুত গ্ৰেণ্ড বুদ্ধ জয়ন্তী উদযাপনৰ আয়োজন কৰে

কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসৰ উদ্যোগত লুম্বিনি ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু লুম্বিনি বৌদ্ধ বিশ্ববিদ্যালয়ৰ সহযোগত বুদ্ধ জয়ন্তীৰ পৱিত্ৰ ক্ষণত লুম্বিনীত কেইবাটাও বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল…

বিমষ্টেক চনদ ৰূপায়ণে আঞ্চলিক উন্নয়নৰ বাবে যোগাইছে ইন্ধন

বিমষ্টেক চনদ ৰূপায়ণে আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে এই সময়োচিত পদক্ষেপ সদস্য দেশসমূহৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। এই চাৰ্টাৰে সকলো সদস্য ৰাষ্ট্ৰক একেলগে কাম কৰাৰ বাবে এক…

জাইকা, আইআইটি গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে দুৰ্যোগ ব্যৱস্থাপনা দক্ষতা দক্ষতা কঢ়িয়াই অনাৰ বাবে মিত্ৰতা গঢ়ি তুলিছে

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা), দুৰ্যোগ ব্যৱস্থাপনা আৰু গৱেষণা কেন্দ্ৰ (চিডিএমআৰ) আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী(আইআইটি জি)ৰ মাজত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এছডিএমএ)ৰ বিষয়াসকলৰ দুৰ্যোগ ব্যৱস্থাপনা সামৰ্থ্যসমূহ শক্তিশালী কৰিবলৈ সাজু…

চেমচাঙে আগবঢ়াইছে গেলেক্সি এফ৫৫ ৫জি, য’ত আছে চিকচিকিয়া-মসৃণ ভেগান লেডাৰৰ ডিজাইন

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে আগবঢ়াইছে সবাতোকৈ প্ৰিমিয়াম গেলেক্সি এফ ছিৰিজৰ স্মাৰ্টফোন গেলেক্সি এফ ৫৫ ৫জি। গেলেক্সি এফ৫৫ ৫ জি ফোনৰ চিকচিকিয়া আৰু ষ্টাইলিছ নান্দনিকতাৰ লগতে প্ৰিমিয়াম ভেগান লেডাৰ…

ষ্টাৰ চিমেণ্টে আইচাৰ ট্ৰাক আৰু বাছৰ পৰা ৫০ খন আইচাৰ প্ৰ’ ২১১৯ ট্ৰাক প্ৰাপ্ত কৰে

ভি ই কমাৰ্চিয়েল ভেহিকেলছ (ভিইচিভি) লিমিটেডৰ অন্যতম অংশ আইচাৰ ট্ৰাকছ এণ্ড বাছে শেহতীয়াকৈ যুগান্তকাৰী অৰ্ডাৰ পূৰণ কৰি চিমেণ্ট উদ্যোগৰ অগ্ৰদূতস্বৰূপ প্ৰতিষ্ঠান ষ্টাৰ চিমেণ্ট আৰু গুৱাহাটীস্থিত সহযোগীসকলক ৫০খন আইচাৰ প্ৰ’ ২১১৯…

ডিবিএছ ফাউণ্ডেচনে ঘোষণা কৰিলে ২৪টা বিজনেছ ফৰ ইমপেক্টৰ নাম

ডিবিএছ ফাউণ্ডেচনে নিজৰ ধ্বজাবাহী পদক্ষেপৰ শেহতীয়া কিস্তিত ডিবিএছ ফাউণ্ডেচন অনুদান বঁটা লাভ কৰা ২৪টা বিজনেছ ফৰ ইম্পেক্ট (বিএফআই)ৰ সবিশেষ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। এই বঁটাপ্ৰাপকসকলৰ ভিতৰত ৫টা প্ৰতিষ্ঠান হৈছে ভাৰতৰ আৰু…

ছেমছাঙ ‘ছলভ ফৰ টুমৰো’য়ে প্ৰথমবাৰৰ বাবে ডিজাইন চিন্তা আৰু প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিছে

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে সমগ্ৰ দেশৰ নিৰ্বাচিত বিদ্যালয়সমূহত প্ৰথমবাৰৰ বাবে ডিজাইন চিন্তা আৰু প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিছে। ছেমছাঙৰ ‘সলভ ফৰ টুমৰো’ কাৰ্যসূচীৰ অংশ এই অনন্য পদক্ষেপটোৱে মানৱ-কেন্দ্ৰিক ডিজাইন…

নিছান মটৰ ইণ্ডিয়াই ইয়াৰ নতুন এছইউভি, নিছান মাগনিটে জিইজেডএ চিভিটি বিশেষ সংস্কৰণ উন্মোচন কৰে

মেগনাইট গেজা স্পেচিয়েল এডিচন ২০২৩ৰ অভূতপূৰ্ব সফলতাৰ ওপৰত ভিত্তি কৰি নিছান মটৰ ইণ্ডিয়াই নিজৰ বিগ, বল্ড আৰু বিউটিফুল এছ ইউভি নিছান মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচন ৯.৮৪ লাখ টকাৰ প্ৰাৰম্ভিক…

ফ্লিপকাৰ্ট অডিঅ’ত আপোনাৰ বাজেট আৰু শৈলী অনুসৰি পাব সকলো সামগ্ৰী

ফ্লিপকাৰ্টে সংগীতপ্ৰেমী, গেমাৰ, আৰু দৈনন্দিন য়েৰবাড ব্যৱহাৰকাৰীসকলক আকৰ্ষণীয় অত্যাধুনিক সুবিধাযুক্ত বিকল্পৰে অডিঅ’ প্ৰডাক্টৰ এক বৈচিত্ৰ্যময় সামগ্ৰী আগবঢ়াইছে। ফ্লিপকাৰ্টে আগশাৰীৰ ব্ৰেণ্ড, অতুলনীয় মূল্য, অবিশ্বাস্য লেনদেন আৰু বিনামূলীয়া ইএমআই বিকল্পৰ ব্যৱস্থা কৰিছে।…

অৰিফ্লেমে ভাৰতত প্ৰথমগৰাকী মহিলা মুৰব্বী নিযুক্তিৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে বাৰ্তা দিছে কল্যাণ আৰু আৰ্থিক স্বতন্ত্ৰতাৰ

নিৰাপদ, পৰিৱেশনকামী আৰু দায়িত্বশীল সামগ্ৰীৰ প্ৰতি দায়বদ্ধতাৰ বাবে খ্যাতিসম্পন্ন ছুইডেনৰ অগ্ৰণী কল্যাণকামী ব্ৰেণ্ড অৰিফ্লেমে ভাৰতত এডিটা কুৰেকক প্ৰথমগৰাকী মহিলা মুৰব্বীৰূপে দায়িত্ব প্ৰদান কৰি এক নতুন যুগৰ সূচনা কৰিছে। প্ৰতিষ্ঠাটোৱে আৰ্থিক…