Author: Business Bureau

ভিয়ে গোলকীয় ষ্ট্ৰীমিং সেৱা প্ৰদানকাৰীৰ সৈতে ইয়াৰ অংশীদাৰীত্ব ঘোষণা কৰিছে – নেটফ্লিক্স

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে সমগ্ৰ বিশ্বৰ ষ্ট্ৰীমিং ক্ষেত্ৰখনৰ অগ্ৰদূত নেটফ্লিক্সৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । এই সহযোগিতাৰ লক্ষ্য হৈছে ভিৰ ব্যৱহাৰকাৰীসকলক মোবাইল ফোন, টেলিভিছন আৰু টেবলেটকে ধৰি…

দূৰদৰ্শী চিন্তাৰে দ্য ৰেটিনা চেণ্টাৰে আগবঢ়াইছে চকুৰ সুস্বাস্থ্যৰ যুগান্তকাৰী পদক্ষেপ; চকুৰ যত্নৰ সামগ্ৰিক পেকেজ মুকলি

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত চকু চিকিৎসা প্ৰতিষ্ঠান দ্য ৰেটিনা চেণ্টাৰে যুগান্তকাৰী কম্প্ৰিহেন্সিভ আই কেয়াৰ পেকেজ(বিস্তৃত আৰু সামগ্ৰিক চকুৰ যতন) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অগ্ৰণী পদক্ষেপৰ উদ্দেশ্য হৈছে চকুৰ যত্নৰ ক্ষেত্ৰত…

ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে গড্ৰেজ মাই ফাৰ্ম মুকলি কৰে

গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(জিএভিএল)ৰ সহযোগী প্ৰতিষ্ঠান ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে (চিডিপিএল) গড্ৰেজৰ নিজা ফাৰ্মৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি পোনপটীয়াকৈ গ্ৰাহকৰ দুৱাৰমুখত যোগান ধৰিবলৈ প্ৰিমিয়াম অফাৰ গড্ৰেজ মাই ফাৰ্ম মিল্ক মুকলি কৰিছে।…

“ব্যতিক্রম এডোকেচন কনক্লেভ” অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত

ব্যতিক্রম মাছডোৰ ঢাকাত ১০ জুনত অনুষ্ঠিত হবলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত । মৌ ৰায়চৌধুৰী এগৰাকী সাহিত্যিক আছিল ।বিশেষকৈ তেওঁৰ কবিতাই বহু পাঠকৰ হৃদয়…

আমাজনৰ সামূহিক ব্যস্ততাৰ পদক্ষেপে ৭.৮ নিযুতৰো অধিক জীৱনপ্ৰভাৱিত কৰিছিল

আমাজনে বিভিন্ন পদক্ষেপ ৰূপায়ণৰ জৰিয়তে সম্প্ৰদায়বোৰক শক্তিশালী কৰি তুলিছে, এনে পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ ৭.৮ মিলিয়নৰো অধিক লোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কোম্পানীটোৱে নিজৰ সম্পদ আৰু উদ্ভাৱনী ক্ষমতা…

নিছান ৰূপত সংজ্ঞায়িত কৰিছে মানদণ্ডক : নিছানে মুকলি কৰিলে এক নং প্লাণ্টত নিৰ্মণ কৰা নতুন কাশ্বকাই

ব্ৰিটেইনৰ চাণ্ডাৰলেণ্ডত প্ৰায় ১৮ বছৰ পূৰ্বে প্ৰথমখন নিছান কাশ্বকাই উত্পাদন কেন্দ্ৰৰ পৰা বজাৰলৈ মুকলিৰ লগে লগে ক্ৰছঅভাৰ ছেগমেণ্টৰ সৃষ্টি কৰিছিল আৰু সমান্তৰালভাৱে অটোমোটিভ জগতখনলৈ বৈপ্লিৱক জোৱাৰ আনিছিল। আজিৰ তাৰিখত ২০২৪…

ট্ৰুকলাৰে ৪০০ নিযুত সক্ৰিয় ব্যৱহাৰকাৰীৰ সৈতে নতুন উচ্চতাত উপনীত হৈছে

মাহেকীয়া ৪০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীক অতিক্ৰম কৰি ট্ৰুকলাৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। বিভিন্ন আৰু বিচিত্ৰ ভৌগোলিক বজাৰত কোম্পানীটোৱে দ্ৰুত বৃদ্ধি লাভ কৰিছে, চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ১০.১…

চেমচাঙে আগবঢ়াইছে ‘ছলভ ফৰ টুমৰু’, যি হৈছে এখন বহনক্ষম পৃথিৱীৰ বাবে উদ্ভাৱনৰ পথ প্ৰদৰ্শক

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ কেৱল এখন প্ৰতিযোগিতা নহয়; এই প্ৰয়াস হৈছে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকৰ বাবে বিশ্বব্যাপী জৰুৰী সমস্যাসমূহৰ সমাধানৰ বাবে এক অনুঘটক। বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱনক ব্যৱহাৰ কৰাৰ লক্ষ্যৰে চেমচাঙে…

তিনিচুকীয়াত জাৱা য়েজদি মটৰ চাইকেলৰ মেগা চাৰ্ভিছ কেম্প মুকলি কৰিবলৈ সাজু 

জাৱা য়েজদি মটৰচাইকেলে নিজৰ অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্প তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে । সমগ্ৰ ৰাজ্যতে প্ৰথম পৰ্যায়ত সুকলমে সফলতাৰে চাৰ্ভিছ কেম্প আয়োজনৰ পিছত দ্বিতীয় পৰ্যায়ত নতুন নতুন চহৰলৈ…

এনএছই মাৰ্কেট কেপে ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰিছে, নিফটি৫০-এ অভিলেখ গঢ়িছে

এনএছইত ভাৰতীয় তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ বজাৰ মূলধনে ২০২৪ বৰ্ষৰ ২৩ মে’ত ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (৪১৬.৫৭ ট্ৰিলিয়ন টকা) অতিক্ৰম কৰিছে। একেদিনাই নিফটি ৫০ সূচকাংকই সৰ্বকালৰ সৰ্বোচ্চ ২২,৯৯৩.৬০ স্পৰ্শ কৰে, ইয়াৰ বিপৰীতে…