Author: Business Bureau

ইনফিনিটী লেবছৰ সহযোগত ভি বিজনেছে আৰম্ভ কৰিছে থলুৱা এছডি-ৱান চল্যুচন

দেশৰ টেলিকম খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ভি-ৰ উদ্যোগ বিভাগ ভি বিজনেছে মেক-ইন-ইণ্ডিয়া ছফ্টৱেৰ-ডিফাইনড ৱাইড এৰিয়া নেটৱৰ্ক (এছডি-ৱান) সমাধান প্ৰদান কৰিবলৈ ইনফিনিটী লেবছ লিমিটেডৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই…

ভাৰতত গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ ভি বিজনেছ এণ্ড জেনেচিছে বাহিনীত যোগদান কৰে

ভোডাফোন-আইডিয়াৰ এণ্টাৰপ্ৰাইজ বিভাগ ভি বিজনেছে সমগ্ৰ ভাৰততে এক সেৱা (চিচিএএএছ) সমাধান হিচাপে নেক্সট জেনেৰেচন যোগাযোগ কেন্দ্ৰ মুকলি কৰিবলৈ ক্লাউড-আধাৰিত এআই অভিজ্ঞতা প্ৰদান কৰা(অৰ্কেষ্ট্ৰেচন) ক্ষেত্ৰখনৰ বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান জেনেচিছৰ সৈতে এক…

ট্ৰুকলাৰে ব্যৱহাৰকাৰীক বৰ্ধিত বিশ্বাস প্ৰদানৰ বাবে আৰম্ভ কৰিছে ইউপিআই-আধাৰিত প্ৰমাণীকৃত বেজ 

ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ইউপিআই-আধাৰিত নেম ভেৰিফিকেচন(নামৰ প্ৰমাণীকৰণ)ৰ সুবিধা মুকলি কৰিছে। এই ভেৰিফাইড বেজে এতিয়া ব্যৱহাৰকাৰীসকলক চৰকাৰ-সমৰ্থিত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰিচয় প্ৰমাণিত…

বিশ্বব্যাপী স্বাস্থ্যৰ চাপৰ মাজত গুৱাহাটীত মেনিনজাইটিছ সজাগতা অভিযান বৃদ্ধি পাইছে

মেনিনজাইটিছ ৰোগ হৈছে এক গুৰুতৰ ভেকছিন প্ৰতিৰোধযোগ্য সংক্ৰমণ, যিয়ে বিশেষকৈ শিশুসকলৰ স্বাস্থ্যজনিত উদ্বেগ বৃদ্ধি কৰে। বিশ্ব মেনিনজাইটিছ দিৱসৰ উদ্দেশ্য হৈছে এই ৰোগ হ্ৰাস কৰিবলৈ সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী প্ৰচেষ্টা…

এনএছডিচি-এ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ ২০২১ চনত আৰম্ভ কৰা স্কিল ইম্পেক্ট বণ্ডে দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮টা খণ্ডৰ নিম্ন আয়ৰ পৰিয়ালৰ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ…

এছবিআই জেনেৰেল ইঞ্চিউৰেন্সে ‘এছবিআইজি হেল্থ চুপাৰ টপ-আপ’ আঁচনি প্ৰৱৰ্তন কৰিছে

সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুস্থতাক অগ্ৰাধিকাৰ দিয়া পদক্ষেপৰূপে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচী আৰম্ভ কৰিছে। এই অভিনৱ স্বাস্থ্য বীমা সমাধান ক্ৰমান্বয়ে বৃদ্ধি পোৱা চিকিৎসা খৰচৰ মাজত…

ভি মুভিজ এণ্ড টিভিয়ে প্ৰিপেইড গ্ৰাহকৰ বাবে ১৭৫ টকাত ‘চুপাৰ পেক’ মুকলি কৰে, অ’টিটি প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰে

২০২৪ বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহত মুকলি কৰা ভি মুভিজ আৰু টিভিৰ সম্পূৰ্ণ নতুন অৱতাৰ হৈছে সকলো ভিৰ গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থলী। ভি মুভিজ এণ্ড টিভিয়ে নিজৰ ব্যৱহাৰকাৰীসকলক এক…

আইচিআইচিআই বেঙ্কে ইউপিআই-ত পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক তাৎক্ষণিক ক্ৰেডিট প্ৰদান কৰিবলৈ ফোনপেৰ সৈতে লগ লাগিছে

আইচিআইচিআই বেংকে ডিজিটেল পেমেণ্ট কোম্পানীসমূহৰ এপত নিজৰ পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক ইউপিআইত তাৎক্ষণিক ক্ৰেডিট(ধাৰ) আগবঢ়োৱাৰ বাবে ই ফোনপেৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই আইচিআইচিআই বেংকৰ লাখ লাখ পূৰ্ব-অনুমোদিত গ্ৰাহকক ফোনপে…

চেমচাং ইণ্ডিয়াই ‘ছলভ ফৰ টুমৰু ২০২৪’ প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰিছে

চেমচাং ইণ্ডিয়াই নিজৰ ধ্বজাবাহী ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা ‘ছলভ ফৰ টুমৰু ২০২৪’ প্ৰতিযোগিতাত বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। গোলাঘাটৰ দল ইক’ টেক ইন’ভেটৰে খোৱাপানীৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ সমাধান প্ৰদান…

পুষ্টিকৰ বাদামেৰে আপোনাৰ নৱৰাত্ৰি উৎসৱ উদযাপন দুগুণ কৰক

দেশৰ প্ৰাণৱন্ত আৰু ৰঙৰ সঁফুৰা কঢ়িয়াই অনা উৎসৱ নৱৰাত্ৰি বিভিন্ন অঞ্চলত বৈচিত্যময় ৰূপত স্বকীয় ধৰণেৰে পালন কৰা হৈছে, এই উদযাপনে পৰিয়াল আৰু বন্ধু-বান্ধৱীক একত্ৰিত কৰি আনন্দৰ মুহূৰ্ত ভাগ-বতৰা কৰি উৎসৱৰ…