Author: Business Bureau

গুৱাহাটীত জুবিন গাৰ্গক শচীন দেৱ বৰ্মন জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিব ব্যতিক্ৰমে

সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত অহা ২৮ অক্টোবৰত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শচীন দেৱ বৰ্মনৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছে। ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা…

দেশৰ মহিলা উদ্যোগীসকলক সৱলীকৰণৰ বাবে এভন ইণ্ডিয়াই আৰম্ভ কৰিছে “আই এম শক্তি” অভিযান

এভন ইণ্ডিয়াই প্ৰতিষ্ঠানটোৰ মহিলা প্ৰতিনিধিসকলৰ শক্তি আৰু বহনক্ষমতাক উদযাপন কৰি “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে। দেৱী দুৰ্গা আৰু লক্ষ্মীৰ গুণৰ পৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা এই অভিযানৰ লক্ষ্য হৈছে…

ফ্লিপকাৰ্টৰ শ্বপচিয়ে ইয়াৰ গ্ৰাহকসকলক ইয়াৰ বিগ দেৱালী বিক্ৰীৰ দ্বাৰা আকৌ এবাৰ আনন্দিত কৰিছে

দেশৰ জনসাধাৰণৰ উৎসৱমুখৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচি বাই ফ্লিপকাৰ্টে চলিত মাহৰ ২৯ তাৰিখলৈকে অব্যাহত থাকিব লগা ‘বিগ দীপাৱলী চেল’ আগবঢ়াই গ্ৰাহকক পুনৰবাৰ আনন্দিত…

সাধগুৰুৱে চিআইএফ গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড ২০২৪ প্ৰদান কৰে

দেশৰ প্ৰথিতযশা যোগী, স্বপ্নদ্ৰষ্টা আৰু সমাজসেৱী তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰুক কানাডা ইণ্ডিয়া ফাউণ্ডেচন(চিআইএফ)-এ ২০২৪ বৰ্ষৰ সন্মানীয় চিআইএফ গ্ল’বেল ইণ্ডিয়ান বঁটা প্ৰদান কৰিছে। এই বঁটাৰ জৰিয়তে বিশ্বব্যাপী উল্লেখযোগ্য প্ৰভাৱ পেলোৱা…

ষ্টকহল্ডিং ডিজিডক মুকলি কৰি ডিজিটেল উদ্ভাৱনক আঁকোৱালি লৈছে অসমে

ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছন বসুন্ধৰা ৩.০ অনুষ্ঠানত…

ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত ভি-এ ৰূপান্তৰিত কৰিছে সংযোগৰ দৃশ্যপট

ইণ্ডিয়া মোবাইল কংগ্ৰেছ(ভাৰত মোবাইল সন্মিলন) ২০২৪ৰ উদ্বোধনী দিনটোত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ নিজৰ থিম “ফিউচাৰ ইজ লাইভ” উন্মোচন কৰে, য’ত ৫জি আৰু আইঅ’টিৰ যুগান্তকাৰী অগ্ৰগতিসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে…

স্কোডা অটো ইণ্ডিয়াই কিলাক প্ৰৱৰ্তন কৰিছে: কম্প্যাক্ট এছইউভি শাখাত এক কৌশলগত পদক্ষেপ

স্কোডা অটো ইণ্ডিয়াই সম্পূৰ্ণ নতুন কমপেক্ট এছইউভি কাইলাকখন ২০২৪ৰ ৬ নৱেম্বৰত বিশ্বজুৰি প্ৰিমিয়াৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই মুকলিয়ে ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰণৰ বাবে স্কোডাৰ ব্যৱসায়িক দিশত উল্লেখযোগ্য পদক্ষেপ চিহ্নিত…

কানাডাৰ অভিযোগৰ প্ৰতি বলিষ্ঠ সঁহাৰি ভাৰতৰ

ভাৰতে ২০২৩ৰ জুন মাহত খালিস্তানৰ সমৰ্থক হৰদীপ সিং নিজ্জৰ হত্যাৰ সৈতে ভাৰতীয় কূটনীতিবিদক জড়িত কৰি কানাডাৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ষ্টুৱেৰ্ট ৰছ হুইলাৰকে ধৰি ৬জন কানাডাৰ কূটনীতিবিদক বহিষ্কাৰ কৰিছে।…

এছবিআই সাধাৰণ বীমাই মেঘালয়ৰ গ্ৰাম্য স্বাস্থ্যসেৱা সমৰ্থন কৰে

মেঘালয়ৰ গ্ৰামাঞ্চলত চকুৰ যত্নৰ সুবিধা উন্নত-সুলভ কৰাৰ লক্ষ্যৰে এছ বি আই জেনেৰেল ইঞ্চুৰেন্সে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত ৰোগী পৰিবহন বাছৰ বাবে অনুদান আৰু ২৮টা সাম্প্ৰদায়িক চকু…

ভাৰতীয় নৌসেনাই বাজাজ এলিয়াঞ্জ লাইফৰ সৈতে মিলি নৌ সেনাৰ নাগৰিকসকলৰ বাবে অনুকূলিত বীমা আগবঢ়ায়

ভাৰতীয় নৌসেনাই বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে অসামৰিক কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট লাইফ ইঞ্চুৰেন্স সমাধান প্ৰদান কৰিছে। ২০২৪ৰ ৮ অক্টোবৰত ইয়াৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, যিয়ে…