Month: September 2026

পৰিয়ালৰো নাই কোনো ভৰসা, নিজেও কৰিব নোৱাৰিলে ভোটদান! নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ নামত পৰিল মাত্ৰ এটা ভোট

এইবাৰ নিৰ্বাচনত চৰম বিপৰ্যস্ত হ’ল শাসকীয় বিজেপিৰ এগৰাকী প্ৰাৰ্থী। নিৰ্বাচনত মাত্ৰ এটা ভোট লাভ কৰি এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে এইগৰাকী বিজেপি প্ৰাৰ্থী। সমৰ্থকৰ কথা বাদেই, পৰিয়ালৰ কোনো এজন…

৭,৯০০ এমএএইছৰ বেটাৰীৰে ৰেডমি ১৭ ৫জি মুকলি, প্ৰাৰম্ভিক মূল্য ২৩,৯৯৯ টকা

শ্বাওমি ইণ্ডিয়াই নিজৰ নতুন ৰেডমি ১৭ ৫জি স্মাৰ্টফোনটো বিক্ৰীৰ বাবে উপলব্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটোক বিশেষকৈ দীৰ্ঘদিনীয়া বেটাৰী লাইফ, ৫জি সংযোগ আৰু এক উন্নত মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰিব…

ইউ এছ অ’পেনৰ চেম্পিয়ন আলেকজেণ্ডাৰ জেভেৰেভ

ভাৰতীয় সময় অনুসৰি সোমবাৰে অনুষ্ঠিত ইউ এছ অ’পেনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত জাৰ্মানীৰ তাৰকা টেনিছ খেলুৱৈ আলেকজেণ্ডাৰ জেভেৰেভে আমেৰিকাৰ বেন শ্বেৰ্টানক পৰাস্ত কৰি নিজৰ প্ৰথমটো ইউ এছ অ’পেন খিতাপ দখল…

উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

মণিপুৰৰ টামেংলং আৰু ন’নী জিলাত দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী মহিলাসহ প্ৰায় চাৰিজন লোক নিহত হয় ৷ মুখ্যমন্ত্রী ৱাই খেমচাঁদ সিঙে এই হত্যাকাণ্ডক লৈ গভীৰ শোক প্রকাশ কৰাৰ লগতে কঠোৰ…

নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

হঠাৎ হোৱা বানৰ বাবে নেপালৰ ভিন্ন স্থান ধ্বংসস্তুপত পৰিণত হৈছিল ৷ যাৰ বাবে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ৷ জানিব পৰা মতে, নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান বৰ্তমানো…

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু । আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱাৰ ফলত ৰামানুজৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে ।GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ…

মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অষ্টমবাৰলৈ মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।ডুবাইত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ।খেলখনত…

নকল নোটৰ পিছত এতিয়া নকল মুদ্ৰাৰ বৃহৎ জালিয়াতি! উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত ৫ অভিযুক্ত

জাল নোটৰ কাৰবাৰৰ পিছত এইবাৰ বজাৰত উন্মোচিত হ’ল নকল মুদ্ৰাৰ এক ভয়ংকৰ বেহা। কোটি কোটি টকাৰ নকল মুদ্ৰা প্ৰস্তুত কৰি চলাই থকা এটা আন্তঃৰাজ্যিক চক্ৰক অভিযান চলাই কৰায়ত্ত কৰে আৰক্ষীয়ে।…

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই নিহত ৰামানুজ গোস্বামী; মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ পৰিয়ালৰ

আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাই নিহত হ’ল পত্নীহত্যাকাৰী ৰামানুজ গোস্বামী। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত লোমহৰ্ষক ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল পেছাত কেব চালক ৰামানুজ। গৌৰীপুৰত আজি নিহত ২৫ বছৰীয়া…

মোদী-পুটিন-জিনপিঙৰ সমীপত থকা হাঁহিমুখীয়া যুৱকজন কোন? সামাজিক মাধ্যমত ব্যাপক চৰ্চা

এগৰাকী বিশেষ ব্যক্তিক লৈ এতিয়া সামাজিক মাধ্যমত নেটিজেনৰ বৃদ্ধি পাইছে অত্যুৎসাহ। তিনি শক্তিশালী দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ৰসাল আলাপৰ সময়ত কাষতে মুখত হাঁহি লৈ থিয় হৈ থকা ব্যক্তিজন কোন, সেয়া জানিবলৈ ব্যগ্ৰ…