Month: June 2026

গৰু বিচাৰি গৈ গণপ্ৰহাৰ: পাথাৰকান্দিত দুই কিশোৰ গুৰুতৰভাৱে আহত, ভিডিঅ’ ভাইৰেলৰ পিছত আৰক্ষীৰ তৎপৰতা

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি অঞ্চলত নিজৰ হেৰোৱা গৰু বিচাৰি কাষৰ গাঁৱলৈ যোৱা দুজন যুৱক গৰুচোৰ বুলি সন্দেহ কৰি গণপ্ৰহাৰৰ সন্মুখীন হ’ল। ঘটনাৰ পিছত আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে।…

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে যিকোনো নিষেধাজ্ঞাৰ ভাবুকি বুমেৰাংহে হ’বঃ পুটিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত নিষেধাজ্ঞা আৰোপৰ ভাবুকিয়ে ওলোটাইহে ক্ষতি কৰিব। এই মন্তব্য প্ৰকাশ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শুকুৰবাৰে অনুষ্ঠিত চেইণ্ট পিটাৰ্চবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত এক প্ৰশ্নৰ…

টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰক দায়িত্ব অৰ্পণ বিচিচিআইৰ

ভাৰতীয় পুৰুষ টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপেদায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰক। ক্ৰিকেটৰ এই চুটি ফৰ্মেটত এক নতুন যুগৰ সূচনা কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) শনিবাৰে…

মালাবাৰ গ্ৰুপৰ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ দৈনিক আহাৰ গ্ৰহণৰ জৰিয়তে  প্ৰদৰ্শন কৰিছে সামাজিক লাভ

মালাবাৰ গ্ৰুপৰ মানৱীয় পদক্ষেপ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ ইয়াৰ পথৰ কাষৰ লোকসকলক খাদ্য বিতৰণ কাৰ্যসূচী-ৰ ব্যাপক সামাজিক প্ৰভাৱৰ কথা প্ৰকাশ কৰিছে। এই কাৰ্যসূচীয়ে দেখুৱাইছে যে কেনেকৈ নিয়মীয়া আহাৰ যোগানে দুৰ্বল তথা…

সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান বৈভৱ সূৰ্যবংশীৰ; ভাঙিলে শচীন টেণ্ডুলকাৰৰ অভিলেখ

আইপিএলত চমক সৃষ্টিৰ বাবে এইবাৰ ভাৰতীয় মূল ক্ৰিকেট দলত অভিষেক ঘটাবলৈ সাজু হৈছে ক্ৰিকেটৰ নতুন সম্ভাৱনা, ‘বেবী বছ’ খ্যাত বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ…

বিদ্যালয়ত নিষিদ্ধ মাংস অনাক লৈ চাঞ্চল্য! গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি

শ্ৰেণীকোঠাৰ ভিতৰতে একাংশ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোৱালপাৰা জিলাত। কৃষ্ণাইৰ হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত এই স্পৰ্শকাতৰ ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে।…

ৰেন’ ডাষ্টাৰ টাৰ্বো টিচিই ১০০-এ ১৯.৪১ কি.মি/.লিটাৰেৰে নিৰ্ধাৰণ কৰিছে ইন্ধন কাৰ্যক্ষমতাৰ নতুন মানদণ্ড, এআৰএআই প্ৰমাণিত

ৰেন’ ইণ্ডিয়াই শুকুৰবাৰে নতুন ডাষ্টাৰ টাৰ্ব’ টিচিই ১০০ বাহনখনে এআৰএআই-প্ৰমাণিত ১৯.৪১ কিলোমিটাৰ প্ৰতি লিটাৰ ইন্ধন কাৰ্যক্ষমতা লাভ কৰাৰ কথা সদৰি কৰিছে, যিয়ে প্ৰতিযোগিতামূলক এছইউভি খণ্ডটোত প্ৰদৰ্শনৰ সৈতে ইন্ধনৰ মিতব্যয়িতাৰ সংমিশ্ৰণ…

ৰেল প্ৰকল্পৰ বাবে ভূমি হস্তান্তৰৰ সময়সূচী ঘোষণা শুভেন্দু অধিকাৰীৰ; ১ লাখ কোটি টকাৰ আঁচনিৰে সংযোগ হ’ব প্ৰতিখন জিলা

মমতা চৰকাৰৰ পতন ঘটাই বংগত বিজেপিৰ ধ্বজা উৰুওৱাৰ পাছতে এতিয়া একশ্যন মুডত নামি পৰিছে শুভেন্দু চৰকাৰ। ৰাজ্যখনত যোগাযোগ খণ্ডৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ ১ লাখ কোটি টকাৰ এক বিশাল…

বিগত দুই দশকত লক্ষণীয়ভাৱে হ্ৰাস শিশু মৃত্যুৰ হাৰ; ৰাজ্যত শিশু স্বাস্থ্য সেৱাৰ ইতিবাচক পৰিৱৰ্তন

অসমত পূৰ্বৰ তুলনাত নৱজাতকৰ স্বাস্থ্য সুৰক্ষাৰ মানদণ্ড উন্নত হোৱাৰ এক গুৰুত্বপূৰ্ণ পৰিসংখ্যা শেহতীয়াকৈ প্ৰকাশ পাইছে। ৰাজ্যখনত বিগত বিশ বছৰত শিশু মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য সদৰি কৰে ড° হিমন্ত…

চৰকাৰী আঁচনিক ব্যক্তিগত দান-বৰঙণি সজোৱাৰ অভিযোগ; পশ্চিম বংগৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেছিৰ

পশ্চিম বংগত চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চৰম ৰাজনৈতিক সংঘাতৰ মাজতে শাসকীয় দলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম) ৰ মুৰব্বী আছাদুদ্দিন…