Month: February 2026

ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

“ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ…

বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি…

ট্ৰুকলাৰ কমিউনিটিয়ে ২০২৫ চনত ভাৰতত প্ৰায় ১২০০ কোটি স্পেম কল ব্লক কৰে

২০২৫ চনত ভাৰতীয়সকলে ৪,০০০ কোটিতকৈ অধিক স্পেম কল লাভ কৰিছিল, যিয়ে দৈনন্দিন যোগাযোগত প্ৰৱঞ্চনা, বিঘিনি, আৰু ডিজিটেল বিপদাশংকাৰ ক্ৰমবৰ্ধমান পৰিসৰ প্ৰতিফলিত কৰিছে। ভাৰতত প্ৰতিটো ফোন কলে অৰ্থ বহন কৰে –…

মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন

গুৱাহাটী মহানগৰীৰ মালিগাঁও ১ নং গেটৰ হিলচাইদ কলনীত ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ লগতে এখন হিন্দু সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে সঞ্জয় দাস…

১৭ মাহ কাৰাবন্দী আৰু ১৭ বছৰ নিৰ্বাসনত থকা তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে বাংলাদেশৰ মূল ৰাজনৈতিক দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি ( বি এন পি)ক সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়ে। প্ৰথমবাৰতে তেওঁ বৃহৎ সফলতা অৰ্জন…

বাংলাদেশত ক্ষমতাৰ পৰিবর্তনঃ বিএনপি ৰ বৃহৎ জয়ৰ পাছত তাৰিক ৰহমানলৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন বাৰ্তা

২০২৪ চনৰ গণ অভ্যুত্থানৰ ফলত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত, বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বি এন পি) চমুকৈ ঐতিহাসিক বিজয় লাভ কৰিছে। তাৰিক ৰহমানৰ নেতৃত্বত অনুষ্ঠিত এই…

কেনভিউৱে সম্পূৰ্ণ হাইড্ৰেচনৰ বাবে দুটা ব্ৰেণ্ড—অ’আৰএছএল™ আৰু ইআৰজেডএল™ৰ সৈতে দ্বৈত ব্ৰেণ্ড কৌশল ঘোষণা কৰিছে

কেনভিউৱে সম্পূৰ্ণ হাইড্ৰেচনৰ বাবে দুটা ব্ৰেণ্ড—অ’আৰএছএল™ আৰু ইআৰজেডএল™ৰ সৈতে দ্বৈত ব্ৰেণ্ড কৌশল ঘোষণা কৰিছে। এই পদক্ষেপে ডায়েৰিয়া আৰু দৈনন্দিন হাইড্ৰেচন দুয়োটাৰে সৈতে মোকাবিলা কৰিবলৈ অভিনৱ সমাধান আগবঢ়াই ভাৰতৰ হাইড্ৰেচন শিতানত…

মাজুলীৰ পৰা আত্মবিশ্বাসী ঘোষণা মুখ্যমন্ত্ৰীৰঃ জালুকবাৰীত এক লাখ ভোটত জয় নিশ্চিত

জালুকবাৰীত মই নোযোৱাকৈয়ে এক লাখ ভোটৰ ব্যৱধানত জিকিম! -মাজুলীত উপস্থিত হৈ বৃহস্পতিবাৰে এইদৰে এক তীব্ৰ নিৰ্বাচনী হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ…

নিৰ্বাচনৰ আগতেই আত্মবিশ্বাসী মন্ত্ৰী অতুল বৰাঃ ৰাজ্যত পুনৰ এনডিএ চৰকাৰ

আসন্ন বিধানসভা নিৰ্বাচনত ৰাজ্যত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) অতি সহজতে ক্ষমতা দখল কৰিব বুলি শুকুৰবাৰে এক সাক্ষাৎকাৰত দৃঢ়তাৰে প্ৰকাশ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। কেবিনেট মন্ত্ৰীগৰাকীয়ে…

ইতিহাসৰ দিশে বৃহৎ পদক্ষেপঃ ব্ৰহ্মপুত্ৰৰ তলেদি ১৮,৬০০ কোটিৰ ৰেল সুৰংগ, নুমলীগড়–গহপুৰ সংযোগ

ব্ৰহ্মপুত্ৰৰ তলিৰে ১৮,৬০০ কোটি টকীয়া ৰেল-পথ সুৰংগ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় কেবিনেটে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এই প্ৰকল্পই অসমৰ বাবে বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে নিৰ্বাচনমুখী ৰাজনীতিতো উল্লেখযোগ্য গুৰুত্ব…