Month: February 2026

আজি ১৪ ফেব্ৰুৱাৰী

১৪ ফেব্ৰুৱাৰী… বিশ্বৰ বহু ঠাইত আজিৰ এই দিনটো ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰা হয় ৷ কিন্তু ১৪ ফেব্ৰুৱাৰীৰ এই দিনটোৱে প্ৰতিজন ভাৰতীয়ক ২০১৯ চনৰ সেই গভীৰ বিষাদৰ কথাহে মনত পেলাই…

অসমৰ উন্নয়নত তৃণমূল কৰ্মীৰ ভূমিকা স্বীকাৰ; বিজেপি কৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ

বিজেপিৰ উত্থানৰ সম্পূৰ্ণ কৃতিত্ব তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক দি শনিবাৰে অসমৰ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যখনৰ বিজেপি কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে সংগঠনৰ…

বন্ধ হৈ পৰিব হোৱাটছ এপ

বন্ধ হৈ পৰিব হোৱাটছ এপ। চৰকাৰে এইক্ষেত্ৰত জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ইতিমধ্যে পৰ্যায়ক্ৰমে হোৱাটছ এপৰ ভিন্ন সেৱা বন্ধ কৰিছে চৰকাৰে। ইয়াৰ ফলত লাখ লাখ লোকৰ জীৱনলৈ আহিছে ব্যাপক পৰিৱৰ্তন।…

ভাৰতৰ ঘৰুৱা ব্যৱহাৰকাৰীৰ বাবে এইচপি-এ মুকলি কৰিলে নতুন ডেস্কজেট প্ৰিণ্টাৰ

প্ৰযুক্তি কোম্পানী এইচ পি ইনকৰ্পৰেচনে ভাৰতত ডেস্কজেট অল-ইন-ৱান (এআইঅ’) প্ৰিণ্টাৰৰ নতুন পৰিসৰ মুকলি কৰিছে, যিয়ে সুলভ আৰু সহজ ঘৰুৱা প্ৰিণ্টিং সেৱা বিচৰা ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পেছাদাৰীসকলক লক্ষ্য কৰি লৈছে। নতুন…

উচ্চতম ন্যায়ালয়ত ১৬ ফেব্ৰুৱাৰীত শুনানি; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণা ভাষণ গোচৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। এই শুনানি চি পি আই (এম) নেতা নিজাম পাছাৰ আৱেদনৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হব, যি Comment গৰাকী গুৰি…

ঘৃণা ভাষণ গোচৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শুনানি; ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত নিৰ্ণায়ক দিন

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি অভিযোগ কৰা মন্তব্যৰ বিষয়ে ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ সঞ্জীব খান্না আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে এই ঘটনাৰ বিচাৰ…

বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন

অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট…

কেবিনেটৰ অনুমোদন লাভঃ ১৮ হাজাৰ কোটি টকাৰ আণ্ডাৰৱাটাৰ ৰেল সুৰংগত গহপুৰ–নুমলীগড় সংযোগ

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া দেশৰ প্ৰথমটো ৰেল আৰু পথ সংযোগী সুৰংগৰ বাবে শনিবাৰে ১৮,৬৬২ কোটি টকাৰ এক বৃহৎ পুঁজি অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ…

পাকিস্তান লিংক বিতৰ্কত গৌৰৱ গগৈঃ শ্বহীদ পৰিয়ালৰ মন্তব্যক ৰাজনৈতিক উদ্দেশ্যে ব্যৱহাৰৰ অভিযোগ

দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জিণ্টু গগৈৰ পিতৃয়ে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ এইবাৰ প্ৰত্যুত্তৰ দিছে খোদ সাংসদগৰাকীয়ে। শনিবাৰে মাজুলীত সাংবাদিকৰ মুখামুখি হৈ যোৰহাটৰ সাংসদগৰাকীয়ে শ্বহীদৰ…

‘মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ’ বুলি চিনাক্ত কৰাত আপত্তি; পৰিচয় সংকটৰ কথা তুলিলে দিগন্ত বিশ্ব শৰ্মাই

পাৰিবাৰিক পৰিচয়ৰ আৱৰ্তত নিজৰ স্বতন্ত্ৰ সত্তা বিলীন হোৱাক কেন্দ্ৰ কৰি শনিবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিশিষ্ট কবি তথা অনুবাদক দিগন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ হিচাপে সমাজত…