Business উত্তপ্ত বাংলাদেশ! জুলাই বিদ্ৰোহৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যু, ভাৰতীয় উচ্চায়ুক্ত বন্ধৰ হুংকাৰ December 19, 2025 Sonakshi Sarkar অশান্তিৰ জুইত পুনৰ দহিছে চুবুৰীয়া দেশ বাংলাদেশ। যোৱা সপ্তাহত দুষ্কৃতিকাৰীৰ গুলীত আহত হোৱা জুলাই বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা শ্বৰীফ ওচমান হাদীৰ চিকিৎসাধীন অৱস্থাত ছিংগাপুৰত মৃত্যু ঘটে। ঢাকাৰ বিজয় নগৰত নিৰ্বাচনী…
Business ২০২৬ নহয়, ২০৩১ ৰ বাবেহে যুঁজক কংগ্ৰেছেঃ অখিল গগৈক ‘মনোৰঞ্জনৰ উৎস’ আখ্যা মুখ্যমন্ত্ৰীৰ December 19, 2025 Sonakshi Sarkar ৰাজনীতিৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই বিৰোধীক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৮ ডিচেম্বৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছে এতিয়া আগন্তুক ২০২৬…
Business জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দুৰ্বল! শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণৰ অভিযোগ গৌৰৱ গগৈৰ December 19, 2025 Sonakshi Sarkar অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ দাখিল কৰা চাৰ্জশ্বীটৰ বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে যোৰহাটত সংবাদ মাধ্যমৰ সৈতে…
Business দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী! উদ্বোধন হ’ব ৪ হাজাৰ কোটিটকীয়া বিমান বন্দৰ December 19, 2025 Sonakshi Sarkar অহা ২০ ডিচেম্বৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণক অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ…
Business অনন্তনাগত নাহৰফুটুকীৰ তাণ্ডৱ! ৫ বছৰীয়া কন্যাক থপিয়াই নিলে নৰখাদকে December 19, 2025 Sonakshi Sarkar জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ বিজবেহাৰাৰ শ্ৰীগুফৱাৰা অঞ্চলত এটা নাহৰফুটুকী বাঘে ৫ বছৰীয়া এগৰাকী কন্যাক আক্ৰমণ কৰি হত্যা কৰে। জানিব পৰা মতে, নিজৰ…
Business গুৱাহাটীত এৰিছ লাইফচাইন্সেছে আয়োজন কৰে আইঅ’এচিঅ’এন ৱাকাথন ২০২৫ December 18, 2025 Business Bureau এৰিছ লাইফ চাইন্সেছে বৃহস্পতিবাৰে পুৱা সৰুসজাই স্পৰ্টছ কমপ্লেক্সত আইঅ’এচিঅ’ন ৱাকাথন ২০২৫ আয়োজন কৰিছিল, য’ত আইঅ’এচিঅ’ন সন্মিলনত অংশগ্ৰহণ কৰা অৰ্থপেডিক চিকিৎসকসকলক একত্ৰিত কৰিছিল। পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে অনুষ্ঠিত…
Business “জহান্নামলৈ যাওক সেই মহিলা” – হিজাব বিতৰ্কত গিৰিৰাজ সিঙৰ বিস্ফোৰক মন্তব্যক লৈ তোলপাৰ December 18, 2025 Sonakshi Sarkar বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ মুখৰ পৰা হিজাব খোলা ঘটনাক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কই এতিয়া এক নতুন মোৰ লৈছে। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বৃহস্পতিবাৰে এই সন্দৰ্ভত…
Business পথ সুৰক্ষা নিয়ম উলংঘাৰ বাবেই সৰ্বাধিক দুৰ্ঘটনা! লোকসভাত উদ্বেগ প্ৰকাশ নীতিন গাডকাৰীৰ December 18, 2025 Sonakshi Sarkar ভাৰতত সংঘটিত বেছিভাগ পথ দুৰ্ঘটনাৰ বাবে মানুহৰ আচৰণ আৰু সুৰক্ষা বিধিৰ প্ৰতি থকা অৱজ্ঞাই দায়ী। বৃহস্পতিবাৰে লোকসভাত এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ জনোৱা…
Business দিল্লীত বিষাক্ত বায়ুৰ প্ৰাদুৰ্ভাৱ December 18, 2025 Dipshikha দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিষাক্ত ধোঁৱাৰে আবৃত দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ…
Business আনাৰসৰ উপকাৰিতাৰ কথা জানেনে December 18, 2025 Dipshikha আনাৰস এক পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ পৰা দূৰত ৰাখে। গতিকে আনাৰস খালে কি কি সমস্যা কম হ’ব পাৰে সেয়া জনা দৰকাৰ।আনাৰস…