Month: December 2025

অসমত হিজবুল মুজাহিদিনৰ মডিউল গঢ়াৰ অপৰাধঃ কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ড

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা পাকিস্তানভিত্তিক চৰমপন্থী সংগঠনৰ হৈ অসমত মডিউল গঢ়ি তোলাৰ এক গুৰুতৰ গোচৰত মঙলবাৰে আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰকাশ পাইছে। গুৱাহাটীৰ বিশেষ এন আই এ…

আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন…

ভাৰতীয় পুৰুষ হকী দলৰ বাবে স্মৰণীয় বৰ্ষ ২০২৫

ভাৰতীয় পুৰুষ হকী দলৰ বাবে ২০২৫ বৰ্ষটো স্মৰণীয় বৰ্ষ আছিল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা হিৰো এছিয়া কাপ ২০২৫ত জয়লাভ কৰি ভাৰতীয় দলটোৱে ৮ বছৰৰ পাছত খিতাপ অৰ্জন কৰাই নহয় এছিয়াৰ…

জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই ইভিৰ বাবে উদ্যোগ-প্ৰথম ৫ বছৰীয়া নিশ্চিত বাই বেক কাৰ্যসূচী উন্মোচন কৰে

জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই আজি গ্ৰাহকৰ বাবে ই ভিৰ মালিকীস্বত্ব সহজ আৰু অবিৰত কৰি তোলাৰ লক্ষ্যৰে উদ্যোগৰ ভিতৰতে প্ৰথম পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰিছে। বৰ্তমানৰ পৰা পূৰ্বৰ ৩…

মৃত্যুৰ পূৰ্বেই নিজৰ সমাধি নিৰ্মাণ এগৰাকী অশীতিপৰ বৃদ্ধৰ

মৃত্যু চিৰন্তন সত্য আৰু এই সত্যক আদৰি ল’বলৈ তেলেংগানাৰ জগতীয়াল জিলাৰ এজন ৮০ বছৰীয়া বৃদ্ধই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। লক্ষ্মীপুৰম গাঁৱৰ বাসিন্দা নাক্কা ইন্দ্ৰায়া নামৰ ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ সুস্থ অৱস্থাত…

জাপানতকৈ বৃহৎ অৰ্থনীতি হিচাপে বিশ্বত প্ৰতিষ্ঠিত ভাৰতঃ দখল কৰিলে চতুৰ্থ স্থান

গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হ’ল ভাৰতে। বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি জাপানতকৈ বৃহৎ অৰ্থনীতি হিচাপে বিশ্বৰ চতুৰ্থ স্থান দখল কৰিছে ভাৰতে। মঙলবাৰে…

১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাঃ ১.৩৫ শতাংশ বৃদ্ধি পালে ৰাজ্যৰ ভোটাৰ

আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে অসমৰ সংশোধিত খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। মঙলবাৰে জনতা ভৱনত আয়োজিত এক সংবাদমেলত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সদৰী…

ৰাজ্যজুৰি তীব্ৰ শীতৰ প্ৰকোপঃ কামৰূপ মহানগৰ জিলাত বন্ধ সকলো চৰকাৰী বিদ্যালয়

প্ৰচণ্ড জাৰ আৰু ঘন কুঁৱলীৰ বাবে জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীৰ সুৰক্ষাৰ স্বাৰ্থত এক জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।আগন্তুক এসপ্তাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ…

জনগাঁথনিগত পৰিৱৰ্তনক লৈ উদ্বেগঃ হিন্দু পৰিয়ালক এটাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত হিন্দু জনসংখ্যাৰ হ্ৰাসমান হাৰ আৰু জনগাঁথনিগত ভাৰসাম্যহীনতাক লৈ পুনৰবাৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ যিবোৰ অঞ্চলত হিন্দুসকল সংখ্যালঘু হৈ পৰিছে, তেনে অঞ্চলত সামাজিক ধাৰাবাহিকতা…

জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীটক লৈ পত্নী গৰিমাৰ বিস্ফোৰক পোষ্টঃ শ্যামকানু-সিদ্ধাৰ্থৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

অসমৰ সূৰ্য জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ অনুসন্ধানকাৰী দলে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে এই সমগ্ৰ বিষয়টোৱে এতিয়া নতুন মোৰ লৈছে। যোৱা ১২ ডিচেম্বৰত দাখিল কৰা এই চাৰ্জশ্বীটক লৈ…