Month: September 2025

হৃদযন্ত্ৰৰ উপকাৰী খাদ্য: আপোনাক শক্তিশালী কৰিবলৈ কেলিফৰ্নিয়া আলমণ্ড

সমগ্ৰ বিশ্বই “ডওণ্ট মিছ এ বিট” শীৰ্ষক বিষয়বস্তুৰ অধীনত বিশ্ব হৃদ দিৱস ২০২৫ উদযাপনৰ সময়ছোৱাত ভাৰতৰ স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বব্যাপী গড়তকৈ এক দশক পূৰ্বে ভাৰতীয়সকলক আক্ৰান্ত কৰা হৃদৰোগ (চিভিডি)ৰ বৰ্ধিত ভাবুকিৰ…

মহিলাই অধিক বিষ অনুভৱ কৰে: বৈজ্ঞানিক গৱেষণাৰ তথ্য

বহু পুৰুষে নিজৰকেই ‘শক্তিশালী’ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, আৰু মহিলাক ‘দুৰ্বল’ বুলি আখ্যা দিয়া সমাজত বহু পুৰণি ধাৰণা। কিন্তু এই বিষয়টো লৈ বিজ্ঞান কি কয়, সেইটো জানিলে বহুতে হয়তো…

কৃষ্ণা জুৱেলাৰীয়ে কোকৰাঝাৰলৈ লৈ আহিছে ফেষ্টিভ লাকী ড্ৰ’

ৰাজ্যত আৰম্ভ হোৱা উৎসৱৰ এই আনন্দময় পৰিৱেশক আৰু অধিক আকৰ্ষণীয় আৰু জীপাল কৰি তুলিবলৈ কোকৰাঝাৰত ‘বাম্পাৰ লাকী ড্ৰ ২৫’ উদ্বোধন কৰিছে গহণাৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে। কোকৰাঝাৰৰ…

পুত্ৰ সন্তান নথকা বাবে স্বামী পৰিয়ালে নৃ**শংসকাণ্ড সংঘটিত কৰে

দেশ এতিয়া বহু আগবাঢ়ি গ’ল। কিন্তু আধুনিক বুলি কোৱা এই সময়ৰ মাজতো সংঘটিত কিছুমান ঘটনাই বহুতকে আচৰিত কৰি তোলে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক।…

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু…

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে জিৰ’ উৎসৱ

অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰীয়া ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২০২৫ বৰ্ষৰ জিৰ’ উৎসৱ ২৫–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু…

এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে

ক্ৰিকেটাৰ বিৰাট কোহলীৰ চুৰাটৰ এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে ।অংকিত পেটেল নামৰ এইগৰাকী অনুৰাগীয়ে খেলপথাৰত বিৰাট কোহলীৰ প্ৰদৰ্শনত ইমানেই আপ্লুত যে তেওঁ বিৰাট কোহলীক ক্ৰিকেটৰ…

প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত

প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভাৰতৰ এই শক্তি দেখি এতিয়া থৰ থৰকৈ কপিঁছে পাকিস্তান। এতিয়াৰে পৰা ভাৰতে চলন্ত ৰে’লৰ পৰাও নিক্ষেপ কৰিব পাৰিব মিছাইল। ভাৰতীয় ৰেলৱে আৰু ভাৰতীয় সেনাই…

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব । একাংশই জুবিন গাৰ্গক ব্যক্তিগত ‘ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ক’লে মুখ্যমন্ত্ৰীয়ে ৷জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এছ…

ছত্তীছগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা ; দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা

ছত্তীছগঢ় ৰাজ্যৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাজধানী ৰায়পুৰৰ মহন্ত ঘাচীদাস সংগ্ৰহালয়ৰ মঞ্চত ৰাজ্যখনৰ ৰাজ্যপাল তথা অসম সন্তান ৰমেন ডেকাৰ নিমন্ত্ৰণত ছত্তীছগঢ় ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ বৃহত্তৰ উজানবজাৰ ভাওনা…