Month: July 2025

ফ্লিপকাৰ্টে সফলতাৰে আয়োজন কৰে ফুড ফেষ্ট ২০২৫ৰ দ্বিতীয় সংস্কৰণ

ফ্লিপকাৰ্টে ৮-৯ জুলাইত বেংগালুৰু কেম্পাছত আয়োজন কৰে ফুড ফেষ্ট ২০২৫ৰ সজীৱ দ্বিতীয় সংস্কৰণৰ, য’ত ভাৰতৰ ভোজন বিলাসী সংস্কৃতিৰ বিকাশশীল ৰুচি প্ৰদৰ্শন কৰা হৈছিল। এই অনুষ্ঠানে ২৫,০০০ৰো অধিক লোকক আকৰ্ষিত কৰিবলৈ…

হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণত ১০৯ জনৰ মৃ*ত্যু

২০ জুনৰ পৰা এতিয়ালৈ হিমাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগত ১০৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ বাবে ৮১৮ কোটি টকাৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ…

শেহতীয়া “আভিভা ভাৰত বাল বিকাশ যোজনা” মুকলি কৰাৰ কথা ঘোষণা আভিভা ইণ্ডিয়াৰ

আভিভা ইণ্ডিয়াই গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলৰ পৰিয়ালসমূহক সন্তানৰ ভৱিষ্যতৰ দিনবোৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে নতুন জীৱন বীমা সঞ্চয় পৰিকল্পনা আভিভা ভাৰত বাল বিকাশ প্লেন মুকলি কৰাৰ কথা ঘোষণা…

পাৰ্কিনছন ৰোগ আৰু অন্যান্য চলাফুৰাৰ সমস্যা-বিকাৰগ্ৰস্ততাৰ বাবে গভীৰ মগজুৰ উদ্দীপনা বা ডিপ ব্ৰেইন ষ্টিমুলেচনডিবিএছ) চিকিৎসাৰ অগ্ৰগতি

পাৰ্কিনছন ৰোগ(পিডি)ৰ এক অৱক্ষয়জনিত স্নায়ৱিক অৱস্থাৰ মুখ্য সঞ্চালন লক্ষণসমূহৰ ভিতৰত অন্যতম কঁপনি, জঠৰতা, ব্ৰেডিকিনেছিয়া (মন্থৰ গতি) আৰু অংগবিন্যাসৰ অস্থিৰতা আদি। মগজুৰ ছাবষ্টেন্সিয়া নাইগ্ৰাত ডপামিন উৎপাদনকাৰী নিউৰন নোহোৱা বা হ্ৰাস হ’লে…

স্কোডা অটোৱে ভাৰতত অতিক্ৰম কৰিলে ৩০০ টাচচপইণ্টৰ ঘৰ, টায়াৰ ২ আৰু ৩ বজাৰত শক্তিশালী কৰিলে উপস্থিতি

স্কোডা অটো ইণ্ডিয়াই ভাৰতৰ ১৭২খন চহৰত ৩০০ গ্ৰাহক সেৱাকেন্দ্ৰ অতিক্ৰম কৰি এক বৃহৎ মাইলৰ খুঁটিত উপনীত হৈছে, যাৰ ফলত দেশত নিজৰ আগ্ৰাসী সম্প্ৰসাৰণ কৌশল শক্তিশালী হৈছে। শেহতীয়াকৈ ভাৰতত এতিয়ালৈকে সৰ্বাধিক…

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে…

গুৱাহাটীত নতুন গাৰ্গ্য টয়োটা ডিলাৰশ্বিপৰ জৰিয়তে উত্তৰ-পূৱৰ নেটৱৰ্ক শক্তিশালী কৰিলে টয়োটাই

দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি উঃ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত এটা নতুন ডিলাৰশ্বিপ – গাৰ্গ্য টয়োটা উদ্বোধন কৰে। নতুন সুবিধা কেন্দ্ৰটোৱে টয়োটাৰ…

বজাৰৰ অস্থিৰতাৰ মাজতে টাটা আৰ্বিট্ৰেজ ফাণ্ডত ১৫.৫ কোটি টকাৰ বিনিয়োগ গুৱাহাটীৰ বিনিয়োগকাৰীৰ

ইকুইটি বজাৰৰ অস্থিৰতাৰ মাজতে আৰ্বিট্ৰেজ ফাণ্ডসমূহে বিনিয়োগৰ বিকল্প হিচাপে বিশেষ টান লাভ কৰিছে, বিশেষকৈ কম বিপদজনক বিনিয়োগৰ সুযোগ বিচৰাসকলৰ বাবে অনন্য সুযোগ প্ৰদান কৰিছে। নগদ ধন আৰু ভৱিষ্যকেন্দ্ৰিক বজাৰৰ মাজৰ…

বীমা সজাগতা সমিতিৰ ৰাষ্ট্ৰীয় অভিযানৰ পৰৱৰ্তী পৰ্যায় চবচে পেহলে জীৱন বীমাৰ আৰম্ভণি

ভাৰতৰ জীৱন বীমা উদ্যোগে দেশজুৰি চবচে পেহলে লাইফ ইঞ্চুৰেন্স অভিযানৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰাৰ লগে লগে বীমা সজাগতা সমিতিয়ে সজাগতামূলক প্ৰচেষ্টা বৃদ্ধি কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত এনআইএৰ এক অধ্যয়ন…

২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ চনত ৰাজ্যসভাৰ ৭৫খন আসনৰ বাবে এপ্ৰিল, জুন আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত অহা বৰ্ষত ৰাজ্যসভাত বৃহৎ পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰে ২৩৩খন আসন ৰাজ্যিক বিধানসভাৰ দ্বাৰা…