Month: July 2025

স্পেইনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতে প্ৰদৰ্শন কৰিলে ফলাফলভিত্তিক বিত্তীয় সাহায্যৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু তথা উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জয়ন্ত চৌধুৰীয়ে স্পেইনত ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ বাবে বিত্ত যোগান (এফএফডি৪) সম্পৰ্কীয় চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ ফলাফল-আধাৰিত বিত্তীয়(অ’বিএফ) ব্যৱস্থাৰ সফলতাৰ ওপৰত…

আশীৰ্বাদে পুৰী ৰথ যাত্ৰাৰ সময়ত নিজৰ অনন্য আধ্যাত্মিক পদক্ষেপ ‘ভক্তি পাঠে’ৰ ব্যৱস্থা কৰিছে

দেশৰ আগশাৰীৰ পেকেজড আটা ব্ৰেণ্ড আশীৰ্বাদে পুৰী ৰথ যাত্ৰাৰ সময়ত নিজৰ অনন্য আধ্যাত্মিক পদক্ষেপ ‘ভক্তি পাঠে’ৰ ব্যৱস্থা কৰিছে। ২৭ জুনৰ পৰা ৫ জুলাইলৈকে বড়া শংখ মৰেৰ ওচৰত সতেজ ৰূপত আগবঢ়োৱা…

আমেৰিকাত গঠন হ’ল নতুন ৰাজনৈতিক দল

আমেৰিকাত নতুন ৰাজনৈতিক দল “আমেৰিকা পাৰ্টি”ৰ কথা ঘোষণা কৰিছে ইলন মাস্কে। যিয়ে ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ দুটা দলীয় ব্যৱস্থাক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাব। মাস্কৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ ছিনেট আৰু হাউছৰ আসনত…

অমৰনাথ যাত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা!

জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ অমৰনাথ যাত্ৰা পথত শনিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াত পেহেলগাম পথত যোৱা তীৰ্থযাত্ৰীৰ কনভয়ত থকা ৩ খন বাছৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কমেও ৩৬গৰাকী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্ৰিনিদাদ আৰু ট’বেগোৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান প্ৰদান, বৰ্তমানলৈ ২৫টা অসামৰিক সন্মান লাভেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক Trinidad and Tobago-ৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা – “The Order of the Republic of Trinidad & Tobago” প্ৰদান কৰা হৈছে। পাঁচখন দেশৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কেৰিবিয়ান দ্বীপপুঞ্জলৈ দুদিনীয়া…

প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি ভাৰতৰ: জয়ছোৱালৰ অভিলেখ

এজবাষ্টনত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টত আলহী দল ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। মেচখনৰ তৃতীয় দিনা ৪০৭ ৰাণতে অলআউট হয় ঘৰুৱা দল ইংলেণ্ড ।…

ACUBE Developments-ৰ বিশ্বৰ সৰ্বোচ্চ আৱাসিক টাৱাৰৰ প্ৰাক- মুকলিৰে গুৱাহাটীলৈ সম্প্ৰসাৰিত DubaiPropShop

ডুবাইৰ বিলাসী সম্পত্তিৰ বিশেষজ্ঞ অগ্রণী ৰিয়েল এষ্টেট কনচালটেন্সী প্রতিষ্ঠান ডুবাইপ্ৰশ্বপে (Dubai PropShop) গুৱাহাটীত কার্যালয় মুকলিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিজা পৰিচয় দাঙি ধৰিবলৈ সাজু হৈছে। আজি উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত তেঁওলোকৰ…

৭৫০ কোটি টকাৰো অধিক বিনিয়োগ কৰিব গড্ৰেজ ইণ্ডাষ্ট্ৰীজ লিমিটেডে

২০৩০ৰ পূৰ্বে বিশ্বব্যাপী ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হ’বলৈ সমৃদ্ধিৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি গড্ৰেজ ইণ্ডাষ্ট্ৰীজ লিমিটেডে নিজৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত সম্প্ৰসাৰণৰ বাবে মুঠ…

মেডাণ্টৰ ‘অনাৰিং দ্য অথ’ চুটি ছবিৰে চিকিৎসক দিৱস উদযাপন

দেশৰ অগ্ৰণী ছুপাৰ-স্পেচিয়েলিটী হাস্পতাল শৃংখল মেডান্ট – দ্য মেডিচিটীয়ে ২০২৫ চনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ‘অনাৰিং দ্য অথ’ শীৰ্ষক এখন মনোগ্ৰাহী চুটি ছবি মুকলি কৰিছে। নৈতিক যত্ন আৰু সহানুভূতিৰ মূল…

গো মাতাৰ সন্দৰ্ভত পুনৰ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

পুনৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে,…