Month: December 2024

ডিএছপি বিজনেছ চাইকেল ফাণ্ডে ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈকে এন এফ অ’ মুকলি কৰে

ডিএছপি মিউচুৱেল ফাণ্ডে ব্যৱসায়িক চক্ৰ ভিত্তিক বিনিয়োগৰ থিম অনুসৰণ কৰি মুক্ত ইকুইটি ডি এছ পি বিজনেছ চাইকেল ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিয়ে বিনিয়োগকাৰীসকলক বৃহৎ, মধ্যম আৰু ক্ষুদ্ৰ…

ছ’চে গুৱাহাটীত ইয়াৰ প্ৰথমবাৰৰ বাবে দোকানৰ বিশাল মুকলিৰ ঘোষণা কৰে

ভাৰতৰ আগশাৰীৰ সন্ধিয়া আৰু বিবিধ অনুষ্ঠানৰ পোছাক ব্ৰেণ্ড ছ’চে অসমত আত্মপ্ৰকাশ কৰি গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিপণীখনৰ গ্ৰেণ্ড মুকলিৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। এই নতুন বিপণীখনে ছ’চক নিজৰ নান্দনিকতা আৰু…

কৃষকে লাভ কৰিব গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষকসকলক বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৰ্তমান, ইয়াৰ সীমা হৈছে ১.৬ লাখ টকা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ…

হাইব্ৰিড মডেলত আয়োজন হ’ব চেম্পিয়নছ ট্ৰফী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ সময়সূচীক লৈ উৎকণ্ঠা অব্যাহত আছে। ইয়াৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত আয়োজনত সন্মত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনে পৰিস্থিতিত,…

চিনেমা কায়দাৰে অপহৰণ

ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক। গ্ৰাহকৰ ৰূপত আহি অপহৰণ কৰিলে ব্যৱসায়ীক।দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ।চাইৰেনযুক্ত এম্বুলেন্স ব’লেৰো বাহনত অহা ৪-৫ জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা…

কেলিফৰ্ণিয়া আলমণ্ডছ বজাৰৰ চাহিদাক ঋতুগত ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে চালিত কৰে

ঋতু সলনি হোৱাৰ লগে লগে নিজকে সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী তথা পুষ্টিবিদ ঋতৃকা ছামদ্দাৰে প্ৰাকৃতিকভাৱে ৰোগ…

২ ডিচেম্বৰৰ পৰা অনুৰাগীৰ বাবে উপলব্ধ হ’ব আইকনিক ট্ৰাইকলাৰ-এচেণ্টেড জাৰ্চী ₹৯৯৯ আৰু ₹৫৯৯৯ ত

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সৈতে অংশীদাৰিত্বৰ দ্বিতীয় বছৰত এডিডাছে ভাৰতীয় মহিলা আৰু পুৰুষ দুয়োটা ক্ৰিকেট দলৰ বাবে নতুন এদিনীয়া জাৰ্চি মুকলি কৰিছে। অভিনৱ ডিজাইনটোত ভাৰতৰ গৰ্ব আৰু ৰাষ্ট্ৰীয় উৎসাহৰ…

ডাঃ ৰেড্ডী’ছে ভাৰতত ট’ৰিপালিমাব আৰম্ভ কৰিলে অংক’লজী বজাৰৰ সম্ভাৱনা বৃদ্ধি কৰে

ডাঃ ৰেড্ডী’ছ লেবৰেটৰীজ লিমিটেডে অংক’লজী(কৰ্কট ৰোগ) চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ভাৰতত জিটোৰ্ভি® ব্ৰেণ্ডৰ ট’ৰিপলিমেব মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বিশ্বব্যাপী নিয়ন্ত্ৰক সংস্থা ইউএছএফডিএ, ইএমএ আৰু ডিচিজিআই আদিৰ…

বাল্যবিবাহ বিৰোধী অসমৰ যুঁজখনে দেশজোৰা অভিযানেৰে লাভ কৰিছে নতুন গতি

ভাৰত চৰকাৰৰ বাল্য বিবাহ মুক্তি ভাৰত অভিযানলৈ তেওঁলোকৰ অভূতপূৰ্ব সমৰ্থন আগবঢ়াই, জাষ্ট ৰাইটছ ফৰ চিল্ড্ৰেন (জেআৰচি) মিত্ৰজোঁটৰ দ্বাৰা পৰিচালিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ লোকে সমগ্ৰ অসমৰ ৰাজপথ, বিদ্যালয়, পথ…

এনআইএফ গ্লবেলে নিউয়ৰ্ক আৰু লণ্ডনৰ বিশেষজ্ঞসকলৰ দ্বাৰা একচেটিয়া আৰু আকৰ্ষণীয় ফেশ্বন শৃংখলা আনিছে

নিউয়ৰ্ক ইনষ্টিটিউট অৱ ফেশ্বন(এন আই এফ গ্ল’বেল)-এ ২০২৪ চনৰ ১৪ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ এক বিশেষ ফেশ্বন ছিৰিজ মুকলি কৰিছে, এই ছিৰিজৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক আগশাৰীৰ গ্লবেল ফেশ্বন বিশেষজ্ঞৰ…