মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত সংঘটিত হয় এই দুৰ্ঘটনা। Share this:FacebookX Related Post navigation কোকা-কোলা ইণ্ডিয়া আৰু অঞ্জু ববি স্পৰ্টছ ফাউণ্ডেচনে মহিলা খেলুৱৈসকলক শক্তিশালী কৰিবলৈ সহযোগিতা কৰিছে গুৰুত্বপূৰ্ণ কৰ্মশালাৰ বাবে আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপৰ সৈতে এনএছইৰ দল