প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা ছয়মাহে হ’ল। আজি কাহিলীপাৰা বাসগৃহত নাম প্ৰসংগ বৈদিক নীতি নিয়মৰ মাজেৰে প্ৰাণৰ শিল্পী গৰাকীৰ ছয়মহীয়া মৃত্যু তিথি পালন পৰিয়ালে। পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে খাই ভালপোৱা খাদ্য প্ৰস্তুত কৰাৰ লগতে চকুলোটুকি ছয়মহীয়া নাম-প্রসংগত ভাগ লৈছে। Share this:FacebookX Related Post navigation ঘৰতে বহিয়েই কৰিব পাৰিব এল পি জিৰ ই-কেৱাইচি; গ্ৰাহকসকললৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা