পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিৰোধ কৰাৰ সমান্তৰালভাৱে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৪ টা আত্মঘাতী বোমাৰুকে ধৰি ২৫ টা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে । সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৫ গৰাকী নিৰাপত্তাৰক্ষীও নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ । Share this:FacebookX Related Post navigation হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান