যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত বৰাত আলী। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো।কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে ।এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা ডকাইত বৰাত আলীৰ। Share this:FacebookX Related Post navigation যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ