Category: Sports

চুপাৰ ৮ত ইংলেণ্ডৰ হাতত পৰাস্ত সহ-আয়োজক ৱেষ্ট ইণ্ডিজ

ফিল চল্টৰ ৪৭ টা বলত অপৰাজিত ৮৭ ৰানৰ সহায়ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে বৃহস্পতিবাৰে টি-২০ বিশ্বকাপ চুপাৰ ৮ পৰ্যায়ৰ প্ৰথমখন খেলত সহ-আয়োজক ৱেষ্ট ইণ্ডিজক আঠ উইকেটত পৰাস্ত কৰে। যোৱা গ্ৰুপ মেচখনত…

২০ জুনত চুপাৰ ৮ৰ আফগানিস্তানৰে মুখামুখি ভাৰতৰ

টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকৰ সকলোবোৰ মেচত জয়ী হয়।এখন খেলত বৰষুণে বিধি পথালি দিছিল। টীম ইণ্ডিয়াই তেওঁলোকৰ গ্ৰুপত শীৰ্ষ স্থান অৰ্জন কৰিছে। ভাৰতীয় দলৰ পৰৱৰ্তী…

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ প্ৰাক্তন চেম্পিয়ন পাকিস্তান

আয়াৰলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে নিশা অনুষ্ঠিত হ’বলগীয়া খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায় অতিক্ৰম কৰাৰ সৈতে প্ৰাক্তন চেম্পিয়ন পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আমেৰিকাই চুবুৰীয়া কানাডা আৰু শক্তিশালী…

উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন

অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ’ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ…

টি-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকৰে চুপাৰ এইটত ভাৰত

বাওঁহাতৰ পেচাৰ আৰ্শদীপ সিঙে (৪ অভাৰত ৪টা উইকেট) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু শিৱম দুবেৰ মাজত এক জটিল পিটছত ৬৫ বলত ৬৭ ৰানৰ অংশীদাৰীত্বৰ ফলত বুধবাৰে নিউয়ৰ্কত…

টি-২০ বিশ্বকাপৰ বিজেতাই লাভ কৰিব ২০ কোটি টকা

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) টি-২০ বিশ্বকাপৰ বাবে অভিলেখ ১১.২৫ নিযুত ডলাৰ (প্ৰায় ৯৩ কোটি ৫১ লাখ টকা) ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। যাৰ ভিতৰত বিজয়ীয়ে লাভ কৰিব ২.৪৫ নিযুত ডলাৰ…

২ জুনৰ পৰা টি-২০ বিশ্বকাপ ২০২৪

আই পি এলৰ পিছত এতিয়া বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি টি-২০ বিশ্বকাপ ২০২৪-ৰ ওপৰত। ইফালে, প্ৰতিযোগিতাখন ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে…

গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী

অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ । মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।…

চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজনৰ ফাইনেল মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’ব। এই খেলখন দেওবাৰে সন্ধিয়া চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কেকেআৰে কোৱালিফায়াৰ-১…

একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয়ৰে ইতিহাস ৰচিলে মানচেষ্টাৰ চিটিয়ে

মানচেষ্টাৰ চিটিয়ে দেওবাৰে ৱেষ্ট হেম ইউনাইটেডক ৩-১ গ’লত পৰাস্ত কৰি তেওঁলোকৰ একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে। মেচখনত মানচেষ্টাৰ চিটিয়ে আক্ৰমণাত্মক আৰম্ভণি কৰে আৰু কেৱল ৭৯…