Sports পিএছএলত দৰ্শকৰ অনুমতিত থাকিব নিষেধাজ্ঞা March 23, 2026 Sonakshi Sarkar ব্যয় কমাব পৰা অভিযানৰ অংশ হিচাপে পাকিস্তানে পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৬ত দৰ্শকৰ অনুমতিত নিষেধাজ্ঞা আৰোপ কৰিছে।সকলো মেচ একচেটিয়াভাৱে লাহোৰ আৰু কৰাচীত অনুষ্ঠিত হ’ব। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া লীগৰ…
Sports জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে March 21, 2026 Sonakshi Sarkar ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতে অহা ২৬ আৰু ২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব বুলি শনিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে। দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে ২০০৭ চনৰ…
Sports আইপিএলৰ উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক নেতৃত্ব দিব ঈশান কিষানে March 19, 2026 Sonakshi Sarkar ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০২৬ৰ উদ্বোধনী মেচসমূহৰ অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানক নিযুক্তি দিয়ে আৰু অভিষেক শৰ্মাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়ে। এই সিদ্ধান্ত এইবাবে লোৱা হৈছে…
Sports টি-২০ বলিং ৰেংকিঙত পুনৰ পঞ্চম স্থানত যশপ্ৰীত বুমৰাহ March 19, 2026 Sonakshi Sarkar ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ টি-২০ বলাৰৰ ৰেংকিঙত পুনৰ পঞ্চম স্থান দখল কৰিছে। এখনো মেচ খেলি নোপোৱাকৈয়ে তেওঁ শীৰ্ষ পাঁচ স্থানত স্থান লাভ কৰে। কাৰণ টি-২০ বিশ্বকাপৰ পিছত দক্ষিণ আফ্ৰিকা…
Sports পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল বাংলাদেশৰ March 16, 2026 Sonakshi Sarkar তৃতীয়খন এদিনীয়া খেলত পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলা ২-১ত জয়লাভ কৰে বাংলাদেশে। ঢাকাৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত তানজিদ হাছান তামিমে এক সুন্দৰ শতক অৰ্জন কৰি ৫০ অভাৰত ৫…
Sports আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ছৰফৰাজ আহমেদৰ March 16, 2026 Sonakshi Sarkar আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদে। প্ৰায় দুটা দশকৰ কেৰিয়াৰত ৬,১৬৪ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ অধিনায়কত্বত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানে…
Sports ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলক অংশগ্ৰহণ নকৰিবলৈ পৰামৰ্শ ড’নাল্ড ট্ৰাম্প March 13, 2026 Sonakshi Sarkar আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে আগন্তুক ২০২৬ ৰ ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলে অংশগ্ৰহণ কৰা উচিত নহয়, কিয়নো ইয়াৰ ফলত খেলুৱৈসকলৰ জীৱন আৰু সুৰক্ষা বিপন্ন হ’ব পাৰে। বিশ্ব…
Sports ১৫ সংখ্যকবাৰৰ বাবে পোল ভল্টৰ বিশ্ব অভিলেখ ভংগ আৰ্মাণ্ড ডুপ্লাণ্টিছৰ March 13, 2026 Sonakshi Sarkar ছুইডেনৰ ষ্টাৰ প’ল ভল্টৰ আৰ্মাণ্ড ডুপ্লাণ্টিছে বৃহস্পতিবাৰে পুনৰ ইতিহাস ৰচনা কৰি ১৫ সংখ্যকবাৰৰ বাবে প’ল ভল্টৰ বিশ্ব অভিলেখ ভংগ কৰে। উপছালাত অনুষ্ঠিত প্ৰতিযোগিতাত ৬.৩১ মিটাৰত উল্লেখযোগ্য জাম্পৰে তেওঁ এক নতুন…
Sports ২৮ মাৰ্চত বেংগালুৰুত আৰ চি বি-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উদ্বোধনী মেচ March 12, 2026 Sonakshi Sarkar আই পি এল ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী বুধবাৰে প্ৰকাশ কৰে। অহা ২৮ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত…
Sports ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মানৰে অভিলেখ ৰচিলে সঞ্জু চেমছনে March 10, 2026 Sonakshi Sarkar ভাৰতক তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অ’পেনাৰ সঞ্জু চেমছনে সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হৈ এক অনন্য অভিলেখ গঢ়ি তুলিছে। আইচিচি (আন্তঃৰাষ্ট্ৰীয়…