Category: Sports

প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থ দল মুম্বাই ইণ্ডিয়ানছ

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ কালিৰ খেলত দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়।…

আই পি এলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ ছুপাৰজায়েণ্টছ

অভিষেক শৰ্মাৰ দ্ৰুত গতিত ৫৯ ৰানৰ পিছত হাইনৰিচ ক্লাচেন (৪৭ ৰান), কামিন্দু মেণ্ডিছ (৩২ ৰান) আৰু ঈশান কিষানে (৩৫ ৰান) উপযোগী অৱদানৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি…

সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত ক্রিষ্টিয়ানো ৰোনাল্ডো

বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ৫০ গৰাকী খেলুৱৈৰ তালিকাত ফৰ্বছৰ শীৰ্ষত আছে তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো। ২০২৪ চনৰ মে’ৰ পৰা ২০২৫ চনৰ মে’ৰ ভিতৰত তেওঁ ২৭৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। এই…

কাইলৈ পৰা পুনৰ আৰম্ভ আই পি এল

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু সামৰিক সংঘাতৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব, য’ত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি…

ডব্লিউ টি চি ২০২৫ৰ বিজেতাই লাভ কৰিব ৩৬ লাখ ডলাৰ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৫ৰ বিজয়ীসকলে পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ ধনতকৈ অধিক ধন লাভ কৰিব, যিটো এতিয়া ৩৬ লাখ ডলাৰলৈ বৃদ্ধি পাইছে। এই ধনৰাশি পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ…

১৬ বা ১৭ মে’ৰ পৰা পুনৰ আইপিএল আৰম্ভ হোৱাৰ সম্ভাৱনা

ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ বাবে স্থগিত কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ১৬ বা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে আৰু ফাইনেল কলকাতাৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে…

২০৩১ৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ দলৰ সংখ্যা ৪৮লৈ বৃদ্ধিত অনুমোদন ফিফাৰ

ফিফা কাউন্সিলৰ বৈঠকৰ অন্তত শুকুৰবাৰে ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ’চিয়েশ্যনে ঘোষণা কৰে যে তেওঁলোকে ২০৩১ চনৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা দলৰ সংখ্যা ৩২ৰ পৰা ৪৮লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত…

আই পি এলৰ পইন্ট তালিকাৰ দ্বিতীয়ত গুজৰাট টাইটানছ

গুজৰাট দলটোৱে কালি নিশা হায়দৰাবাদক পৰাস্ত কৰিবলৈ সক্ষম হয়। শুভমান গিলৰ নেতৃত্বত গুজৰাট টাইটানছে এই মেচখন জিকি শীৰ্ষস্থানলৈ আহিব বুলি আশা কৰিছিল, কিন্তু সেয়া নহ’ল। মুম্বাইৰ দলটো এতিয়াও শীৰ্ষত আছে।…

৪০০ তম টি-২০ খেলিলে মহেন্দ্ৰ সিং ধোনীয়ে

এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ টি-২০ কেৰিয়াৰত, য’ত তেওঁৰ নেতৃত্বত ২০০৭…

কাইলৈ কলকাতাৰে মুখামুখি পঞ্জাৱ কিংছৰ

এটা ছিজনৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ অৰ্জন কৰোৱা শ্ৰেয়াছ আয়াৰে এতিয়া প্লে অফৰ অৰ্হতাৰ অৰ্জনত আটাইতকৈ ডাঙৰ বাধা হ’বলৈ গৈ আছে যেতিয়া তেওঁৰ অধিনায়কত্বত শনিবাৰে আই পি এলৰ এখন…