Sports আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল জানিক ছিনাৰৰ July 14, 2025 Sonakshi Sarkar উইম্বলডনৰ ফাইনেলত দেওবাৰে ইটালীৰ জানিক ছিনাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল কৰে। সামগ্ৰিকভাৱে ছিনাৰৰ চতুৰ্থটো…
Sports ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ স্বপ্ন ভংগ ন’ভাক জ’কভিচৰ July 12, 2025 Sonakshi Sarkar উইম্বলডনৰ ছেমি ফাইনেলত শুকুৰবাৰে নিশা ন’ভাক জ’কভিচক ৬-৩, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰি অল ইংলেণ্ড ক্লাবত প্ৰথমখন ফাইনেলত প্ৰৱেশ কৰে য়ানিক চিনাৰে। ১ নং স্থানত থকা তাৰকাগৰকীয়ে এতিয়া কাৰ্লোছ আলকাৰাজৰ…
Sports ফিফা ৰেংকিঙৰ ১৩৩ নম্বৰ স্থানলৈ অৱনমিত ভাৰত July 11, 2025 Piyali Poddar জুন মাহত দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত বৃহস্পতিবাৰে প্রকাশ কৰা ফিফা ৰেংকিঙত ভাৰতীয় পুৰুষ ফুটবল দলে ৬টা স্থান অৱনমিত হৈ ১৩৩ নম্বৰ স্থানত উপনীত হয়৷ ৪ জুনত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত…
Sports ফিফা ক্লাব বিশ্বকাপৰ ফাইনেলত পেৰিছ চেণ্ট জাৰ্মেইন July 10, 2025 Sonakshi Sarkar ফেবিয়ান ৰুইজৰ দুটা গ’ল আৰু আউছমেন ডেম্বেলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই বুধবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত পেৰিছ চেণ্ট জাৰ্মেইনে (পি এছ জি) ৰিয়েল মাদ্রিদক ৪-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব…
Sports এডগবাষ্টনত খেলা সকলো মেচতে পৰাজয়ৰ সন্মুখীন হৈছিল টীম ইণ্ডিয়া July 7, 2025 Sonakshi Sarkar শুভমান গিলৰ অধিনায়কত্বত বাৰ্মিংহামৰ এডগবাষ্টনত খেলা দ্বিতীয়খন টেষ্টত টিম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ নেতৃত্বত দলটোৱে ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীত ১-১ ত সমতা স্থাপন কৰে। বলাৰসকলৰ সুন্দৰ…
Sports প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি ভাৰতৰ: জয়ছোৱালৰ অভিলেখ July 5, 2025 Sonakshi Sarkar এজবাষ্টনত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টত আলহী দল ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। মেচখনৰ তৃতীয় দিনা ৪০৭ ৰাণতে অলআউট হয় ঘৰুৱা দল ইংলেণ্ড ।…
Sports প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ উইম্বলডনৰ পৰা বাহিৰ কোকো গ’ফ July 3, 2025 Sonakshi Sarkar আমেৰিকাৰ ২ নং স্থানৰ গ’ফক ইউক্ৰেইনৰ অছিড দায়ানা য়াষ্ট্ৰেমস্কাই ৭-৬ (৩), ৬-১ ছেটত পৰাস্ত কৰে। কালি প্ৰতিষ্ঠিত ১ নং ক’ৰ্টত অনুষ্ঠিত হয় এই খেলখন। এই পৰাজয়ৰ লগে লগে ২১ বছৰীয়া…
Sports কেৰিয়াৰৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ক্রিষ্টিয়ানো ৰোনাল্ডো June 30, 2025 Sonakshi Sarkar অভিলেখ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে৷ কেৰিয়াৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিব বাবে তেওঁ এইবাৰ ক্লাব বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰিলে। তেওঁ কয় যে এইটো তেওঁৰ বাবে দীঘলীয়া ছিজন আৰু…
Sports ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টত ইংলেণ্ডৰ জয়লাভ June 25, 2025 Sonakshi Sarkar ইংলেণ্ড ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ৫ উইকেটত জয়লাভ কৰে। বেন ষ্ট’কছৰ অধিনায়কত্বত ইংৰাজী দলটোৱে দ্বিতীয়টো সফল ৰান অতিক্ৰম কৰিবলৈ সক্ষম হয়। এই মেচখনত জয়লাভ…
Sports ২০২৬ৰ টি-২০ বিশ্বকাপলৈ ১৩টা দলৰ যোগ্যতা অৰ্জন June 23, 2025 Sonakshi Sarkar বৰ্তমান সময়ত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা চলি হৈছে যদিও ৮ মাহৰ পাছত টি-২০ বিশ্বকাপ ২০২৬ আৰম্ভ হ’ব। অহা বছৰ ভাৰত আৰু শ্ৰীলংকাই টি-২০ বিশ্বকাপ আয়োজন কৰিব, য’ত মুঠ ২০টা দলে অংশগ্ৰহণ…