Category: Sports

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল…

৯ অক্টোবৰত গুৱাহাটীত মহিলা এদিনীয়া বিশ্বকাপত নিউজিলেণ্ডৰে মুখামুখি বাংলাদেশৰ

শুকুৰবাৰে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ গ্ৰুপ মেচত ফৰ্মৰ বাহিৰত থকা প্ৰাক্তন চেম্পিয়ন নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্মবিশ্বাসৰে ভৰা বাংলাদেশ। নিউজিলেণ্ডে একেৰাহে দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এতিয়াও একাউণ্ট খুলিব পৰা…

অলিম্পিক পদক বিজয়ী অমন ছেহৰাৱাটক এবছৰৰ বাবে নিষেধাজ্ঞা

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক অতিৰিক্ত ওজনৰ বাবে ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ১৩ ছেপ্টেম্বৰৰ পৰা ২১…

২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ উপাৰ্জন হ্ৰাস পোৱা নাই। কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰি তেওঁ…

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু অন্তিম পাংগালে মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।ছুইডেনৰ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন এমা জ’না ডেনিছ মালমগ্ৰেনক ৯-১ ত পৰাস্ত কৰি…

চীন মাষ্টাৰছৰ পৰা বাহিৰ পি ভি সিন্ধু

শুকুৰবাৰে চীন মাষ্টাৰছ ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে কোৰিয়ান তাৰকাৰ ছে ইয়ঙৰ হাতত পোনপটীয়া খেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।…

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত…

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ’মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান…

দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

কাইলৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ ষ্টেজৰ হাইভল্টেজ মেচখন।ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি টিম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে। আনহাতে, পাকিস্তানে প্ৰতিযোগিতাখনত প্ৰথমখন মেচ…

৭ ফেব্ৰুৱাৰীৰ ২০২৬ৰ টি-২০ বিশ্বকাপ !

ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপ ২০২৬ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।এই বিশ্বকাপ ভাৰতৰ কমেও পাঁচখন চহৰ আৰু শ্ৰীলংকাৰ দুখন চহৰত আয়োজন…