Category: Political

কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি…

পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা

নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷…

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে কে চন্দ্ৰশেখৰ ৰাওক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ…

দেশত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা বৃদ্ধি পাইছে: প্ৰিয়ংকা গান্ধী

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। তেওঁ আজি ধুবুৰীত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। য’ত তেওঁ সম্বোধনত কয় -এইখন এনে এখন ভূমি…

ভিভিপেটৰ সৈতে জড়িত সকলো আবেদন খাৰিজ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল (VVPAT)ৰ সৈতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (EVM) জৰিয়তে দিয়া ভোটৰ সম্পূৰ্ণ প্ৰমাণীকৰণ বিচৰা সকলো আবেদন খাৰিজ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ…

২৬ এপ্ৰিলত ৱায়ানাডৰ ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব ৰাহুল গান্ধীৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান অন্ত পৰিছে । ২৬ এপ্ৰিলত ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৮৮ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত,…

আমেঠি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা নাই বিৰোধীয়ে

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আকৌ এবাৰ দেশৰ অন্যতম জনপ্ৰিয় আসন আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মনোনয়ন দাখিলৰ সময়সীমা ওচৰ চাপি আহিছে কিন্তু বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। একে…

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অৱতীৰ্ণ ২৫২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪২ খনত অৱতীৰ্ণ হোৱা তিনি বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক…

কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়। প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা ইফতাৰ মেহফিলত বৰপেটা লোকসভাৰ…

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বিভ্ৰান্তিকৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।…