Category: Political

উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ পৰিচয় সংৰক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ জনজাতীয় লোকসকলৰ সংস্কৃতি, ভাষা আৰু পৰিচয় সংৰক্ষণ কৰি সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

বাংলাদেশ ত্যাগ কৰিব নোৱাৰিব ১৭ জন প্ৰাক্তন মন্ত্ৰীয়ে

বাংলাদেশৰ এখন আদালতে সোমবাৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী মোঃ হাছান মাহমুদকে ধৰি ১৭ জন প্ৰাক্তন মন্ত্ৰী আৰু বহিষ্কৃত শ্বেখ হাছিনা চৰকাৰৰ নজন আইন প্ৰণেতাক দেশ ত্যাগ কৰিবলৈ বাধা প্ৰদান কৰে। এই…

দেশৰ জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ ন্যায়ালয়তহে আছে মহিলা অনুকূল আন্তঃগাঁথনি: মুখ্য ন্যায়াধীশ

ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) ডি ৱাই চন্দ্ৰচূড়ে দেওবাৰে কয় যে জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ আদালতত মহিলা-অনুকূল আন্তঃগাঁথনি আছে আৰু এই পৰিস্থিতি সলনি হোৱা প্ৰয়োজন। জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ…

ৰাজ্যৰ ৪খন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মৰ্যদা অসম চৰকাৰৰ

ভাষিক অন্তৰ্ভুক্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিখন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মনোনীত কৰি অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে। এই গুৰুত্বপূৰ্ণ…

লাডাখত পাঁচখন নতুন জিলা গঠনৰ ঘোষণা অমিত শ্বাহৰ

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে। তেওঁ…

ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ

ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী…

‘কা’ৰ অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অলপতে নতুনকৈ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে, যি গুজৰাটত নাগৰিকত্ব প্ৰদানৰ প্ৰথম উদাহৰণ হিচাপে এক…

মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যখনৰ প্রাক্তন সাংসদ ৰমেন ডেকাই চলিত বৰ্ষৰ…

ই-মেগাজিন সাৰদা উন্মোচন

বৰপেটা জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন “সাৰদা” উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে। শিক্ষক তথা বৰপেটা শিক্ষা…

মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, সৰ্বগুণাকৰ, শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত২৭ অক্টোবৰত মহানগৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব।…