Political আমেঠি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা নাই বিৰোধীয়ে April 25, 2024 news editor কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আকৌ এবাৰ দেশৰ অন্যতম জনপ্ৰিয় আসন আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মনোনয়ন দাখিলৰ সময়সীমা ওচৰ চাপি আহিছে কিন্তু বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। একে…
Political লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অৱতীৰ্ণ ২৫২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ April 9, 2024 news editor ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪২ খনত অৱতীৰ্ণ হোৱা তিনি বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক…
Political কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি April 9, 2024 Sonakshi Sarkar সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়। প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা ইফতাৰ মেহফিলত বৰপেটা লোকসভাৰ…
Political কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বিভ্ৰান্তিকৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা April 8, 2024 news editor ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।…
Political হাজোত ৰাইজৰ মাজত সুমন হৰিপ্ৰিয়া April 8, 2024 Sonakshi Sarkar বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ নিজ হাজোত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰিত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত…
Political ৫ ‘ন্যায়’ আৰু ২৫ টা ‘গেৰাণ্টি’ ৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ April 6, 2024 news editor কংগ্ৰেছে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ ইস্তাহাৰ প্ৰকাশ কৰে। কংগ্ৰেছে ইস্তাহাৰখনক ‘ন্যায় পাত্ৰ’ বুলি নামাকৰণ কৰিছে। ইয়াৰ লগতে কংগ্ৰেছে ‘হাত বদেগা হালত’ৰ শ্লোগান দিছে। কংগ্ৰেছৰ মুখ্য প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে ৩০…
Political World কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ April 6, 2024 editor লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক ‘ন্যায় পাত্ৰ ২০২৪’ বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক…
Political “ইণ্ডিয়া” মহাজোঁটৰ অংশীদাৰ পিডিপি- নেচনেল কনফাৰেন্সৰ মাজত ফাট April 4, 2024 news editor “ইণ্ডিয়া” মহাজোঁটৰ অংশীদাৰ আৰু জম্মু আৰু কাশ্মীৰৰ দুটা ৰাজনৈতিক দল পিডিপি আৰু নেচনেল কনফাৰেন্সে উপত্যকাৰ তিনিখন লোকসভা আসনত দুয়োটা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পূৰ্বে দুয়োটা…
Political কংগ্ৰেছৰ দ্বীপ বায়ন নহয়, বৰপেটাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰ April 3, 2024 news editor সন্মুখত লোকসভা নিৰ্বাচন। নিজ নিজ সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ইয়াৰ মাজতে কালি ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পুৰণি হাজো সমষ্টি তথা বৰ্তমানৰ হাজো-শুৱালকুছিত সমষ্টিত উপস্থিত হয়…
Political ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱতকৈ ধনী তেওঁৰ পত্নী March 30, 2024 news editor ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিপ্লব কুমাৰ দেৱে এইবাৰ ত্ৰিপুৰা পশ্চিম আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ত্ৰিপুৰা পশ্চিমত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত…