Political কা-অধীনত ভাৰতৰ নাগৰিকত্বৰ বাবে দেশজুৰি ১২,০০০ জন লোকৰ আবেদন May 23, 2024 news editor নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত দেশৰ হিন্দু শৰণাৰ্থী পৰিয়ালে নাগৰিকত্ব লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়াকৈ কিছু লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। সমগ্ৰ দেশতে প্ৰায় ১২,০০০ লোকে নাগৰিকত্বৰ বাবে আবেদন…
Political কা ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলনৰ ভাবুকি চিপিআই-এমৰ May 23, 2024 Sonakshi Sarkar বিৰোধী দল চিপিআই-এমে বুধবাৰে ত্ৰিপুৰা চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (কা) ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছিল। গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) অধিসূচনা অনুসৰি, ত্ৰিপুৰা চৰকাৰে কা-ৰ অধীনত ভাৰতীয়…
Political ২০১০ৰ পিছত পশ্চিম বংগত জাৰী কৰা অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে May 23, 2024 Sonakshi Sarkar কলিকতা উচ্চ ন্যায়ালয়ে বুধবাৰে ২০১০ চনৰ পিছত পশ্চিম বংগত জাৰী কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) প্ৰমাণপত্ৰ বাতিল কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ…
Political লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত সামগ্ৰিক ভোটদানৰ হাৰ ৬৬.৯৫ শতাংশ May 17, 2024 news editor নিৰ্বাচন আয়োগে কয় যে লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৬৬.৯৫ শতাংশ। তেওঁলোকে এইটোও কয় যে প্ৰায় ৯৭ কোটি পঞ্জীভুক্ত ভোটাৰৰ ৪৫.১ কোটিয়ে ভোটদান কৰিছে। এক বিবৃতিত…
Political গুগল বিজ্ঞাপনত কংগ্ৰেছৰ ৬২.১ কোটি টকা ব্যয় May 15, 2024 news editor লোকসভা নিৰ্বাচন এতিয়া পঞ্চম পৰ্যায়ত প্ৰৱেশ কৰিছে। নিৰ্বাচনত জয়ী হ’বলৈ শাসকীয় দল বিজেপিৰ পৰা দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছলৈকে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে। এই নিৰ্বাচনত, ৰাজনৈতিক দলবোৰেও যথেষ্ট ধন ব্যয়…
Political তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ May 14, 2024 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল।…
Political ওড়িশাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ May 11, 2024 news editor লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এই নিৰ্বাচনত, বিজেপিয়ে এন ডি এ ৪০০ খন আসন জিকাৰ দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ মালকানগিৰীত এখন নিৰ্বাচনী জনসভাত ভাষণ…
Political দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন May 10, 2024 Sonakshi Sarkar দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে…
Political আহমেদাবাদত ভোটদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ May 7, 2024 news editor ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা নিৰ্বাচনত গুজৰাট, কৰ্ণাটক আৰু মধ্য প্ৰদেশকে ধৰি এই সকলো…
Political ১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা May 7, 2024 Sonakshi Sarkar দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক…