Latest ২০২৪ৰ ১০ মাহত গুৱাহাটীত ১৬০ টা দলীয় ডকাইতি, ১,৭৪২ টা চুৰিৰ ঘটনা November 14, 2024 Sonakshi Sarkar ৰাজধানী গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। স্মার্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা। মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত…
Latest খোৱা খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি November 13, 2024 Sonakshi Sarkar খোৱা খাদ্যৰ মূল্য দ্ৰুত হাৰত বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰত ৬ শতাংশৰ পৰা ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ ২০২৪-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৪৯ শতাংশ। অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয়…
Latest মণিপুৰলৈ ২০ টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণ November 13, 2024 Sonakshi Sarkar পাহাৰীয়া ৰাজ্য মণিপুৰত পুনৰ আইন-শৃংখলাজনিত সমস্যা দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২০ টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে। য’ত আছে প্ৰায় ২,০০০ জোৱান। সূত্ৰই কয় যে…
Latest দেশৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সঞ্জীৱ খান্নাৰ November 11, 2024 Sonakshi Sarkar ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি…
Latest ২০২৪ৰ ৯ মাহত প্ৰাকৃতিক দুৰ্যোগত ৩,২৩৮জন লোকৰ মৃত্যু November 9, 2024 Sonakshi Sarkar ২০২৪ চনৰ প্ৰথম ন মাহত ভাৰতে ৯৩ শতাংশ দিনত অৰ্থাৎ ২৭৪ দিনৰ ভিতৰত ২৫৫ দিনত গ্ৰীষ্ম আৰু শীত, বতাহ, ঘূৰ্ণীবতাহ, বজ্ৰপাত, ধাৰাসাৰ বৰষুণ, বান পানী আৰু ভূমিস্খলনৰ সন্মুখীন হয়। এই…
Latest অহা ১৬ বছৰত ২০০ কোটিৰো অধিক নগৰৰ লোকে সন্মুখীন হ’ব বৰ্ধিত তাপমাত্ৰাৰ November 8, 2024 Sonakshi Sarkar জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৪০ চনৰ ভিতৰত ২০০ কোটিতকৈও অধিক নগৰীয়া লোক অতিৰিক্ত ০.৫ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ ইউএন-হেবিটেটৰ নতুন প্ৰতিবেদনত এই সম্ভাৱনা প্ৰকাশ…
Latest উচ্চতম ন্যায়ালয়ৰ নতুন বিচাৰপীঠে শুনানী গ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ November 8, 2024 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু স্থিতি সম্পৰ্কীয় বিষয়টো এখন নতুন বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৬৭ চনৰ ৰায়টো খাৰিজ কৰে, য’ত কোৱা হৈছিল যে বিশ্ববিদ্যালয়খনক সংখ্যালঘু প্ৰতিষ্ঠান…
Latest অস্কাৰ ২০২৫-ৰ চুটি ছবিৰ বাবে নিৰ্বাচিত চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো” November 5, 2024 Sonakshi Sarkar ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা এখন চুটি ছবি ” চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”, অস্কাৰ ২০২৫-ৰ বাবে লাইভ একচন শ্বৰ্ট ফিল্ম শ্ৰেণীত নিৰ্বাচিত…
Latest টাইপাৰ ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা November 5, 2024 Sonakshi Sarkar টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা কৰে। এক সংবাদমেলত তেওঁলোকে ঘোষণা কৰে যে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বৰফুকন বঁটাৰ বাবে ভাৰতীয় পুৰাতত্ত্ব জৰীপ…
Latest ২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন November 4, 2024 Sonakshi Sarkar ১৮ তম লোকসভাৰ প্ৰথম শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব অধিৱেশনখন ২০ ডিচেম্বৰলৈকে চলিব। ইয়াত এক দেশ-এক নিৰ্বাচন আৰু ৱাকফ বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলি আশা কৰা…