Latest ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰীকৰণে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক দুৰ্বল কৰিব: শশী থাৰুৰ December 18, 2024 Sonakshi Sarkar সংসদৰ শীতকালীন অধিৱেশনত মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে লোকসভাত উত্থাপন কৰা “এক দেশ, এক নিৰ্বাচন” বিধেয়কখনক লৈ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে মোদী চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে এই বিধেয়কখন কেৱল ভাৰতৰ…
Latest মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত ইডিয়ে ৰুজু কৰা গোচৰৰ দোষী সাব্যস্তৰ হাৰ ৫% December 13, 2024 Sonakshi Sarkar চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত স্বীকাৰ কৰিছে যে বিত্তীয় আৰু অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰা ভাৰতৰ মুখ্য সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)ৰ দ্বাৰা পঞ্জীয়ন কৰা মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) গোচৰত দোষী সাব্যস্ত…
Latest ২০৩৫ ৰ ভিতৰত ভাৰতে মহাকাশত স্থাপন কৰিব নিজা মহাকাশ কেন্দ্ৰ December 12, 2024 Sonakshi Sarkar কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে বুধবাৰে ঘোষণা কৰে যে ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব। ইয়াক ‘ইণ্ডিয়া স্পেচ ষ্টেচন’ নাম দিয়া…
Latest আৰবিআইৰ ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ সঞ্জয় মালহোত্ৰাৰ December 11, 2024 Sonakshi Sarkar সঞ্জয় মালহোত্ৰাই বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনি বছৰৰ বাবে গভৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ…
Latest মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে উদ্যোগ গ্ৰহণ আৰণ্যকৰ December 9, 2024 Sonakshi Sarkar মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশহিচাপে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্তোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি,…
Latest গৌৰী নন্দন শইকীয়াৰ উপন্যাস ‘পুনে ডায়েৰী’ উন্মোচন December 9, 2024 Sonakshi Sarkar অগ্ৰণী প্ৰকাশন গোষ্ঠী বনফুল প্ৰকাশনৰ উদ্যোগত দেওবাৰে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই লেখক গৌৰী নন্দন শইকীয়াৰ ‘পুনে…
Latest নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয়-২৮ খন নবোদয় বিদ্যালয় স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন December 7, 2024 Sonakshi Sarkar নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিব কেন্দ্ৰীয় চৰকাৰৰে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটত দেশত ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয়…
Latest কৃষকে লাভ কৰিব গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ December 6, 2024 Sonakshi Sarkar ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষকসকলক বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৰ্তমান, ইয়াৰ সীমা হৈছে ১.৬ লাখ টকা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ…
Latest বহি:ৰাজ্যত আলু বিক্ৰীৰ নিষেধাজ্ঞা উঠাই নললে ধৰ্মঘটত বহিব পশ্চিম বংগৰ আলু ব্যৱসায়ী December 2, 2024 Sonakshi Sarkar পশ্চিম বংগৰ আলু ব্যৱসায়ীসকলে ভাবুকি দিছে যে যদিহে ৰাজ্য চৰকাৰে আন ৰাজ্যক আলু বিক্ৰী কৰাৰ নিষেধাজ্ঞা উঠাই নলয় তেন্তে তেওঁলোকে মঙলবাৰে ধৰ্মঘট আৰম্ভ কৰিব। পশ্চিম বংগে শেহতীয়াকৈ স্থানীয় বজাৰত মূল্য…
Latest নৱেম্বৰত ১.৮২ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ December 2, 2024 Sonakshi Sarkar ঘৰুৱা লেনদেনৰ পৰা অধিক ৰাজহ লাভ কৰাৰ ফলত নৱেম্বৰত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি হৈ ১.৮২ লাখ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। দেওবাৰে প্ৰকাশিত চৰকাৰী…