Category: Latest

৮৫ স্থানলৈ অৱনমিত ভাৰতৰ পাছপোৰ্ট ৰেংকিং সূচক

বিশ্বব্যাপী পাছপোৰ্ট সূচকত ভাৰতৰ ৰেংকিং এই বছৰ পাঁচটা স্থান অৱনমিত হৈ ৮৫ স্থানত উপনীত হৈছে, আনহাতে ছিংগাপুৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে শীৰ্ষস্থানত আছে। তেওঁলোকৰ ৱেবছাইট অনুসৰি, সূচকটোত ১৯৯ খন বিভিন্ন…

১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা ,গুৱাহাটীৰ

সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ অসম…

বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী হাতীৰ দেহত ৰেডিঅ কলাৰ সংস্থাপিত কৰা…

বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ উদ্যোগপতিসকলক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্যোগপতিসকলক তেঁওলোকৰ উদ্যোগখণ্ডত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ আহ্বান জনায়। টাটা, আদানি গ্ৰুপ আৰু মহিন্দ্ৰাকে ধৰি কেইবাটাও কৰ্পোৰেট হাউচক সাক্ষাৎ কৰাৰ পিছত তেওঁ মুম্বাইত…

লেখক চফিউৰ ৰহমান শইকীয়াৰ তিনিখন ভিন্ন বিষয়ক গ্রন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক চফিউৰ ৰহমান শইকীয়াৰ তিনিখন গ্রন্থ অলপতে উন্মোচন হয়। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত তবিউল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত পাৰা প্রকাশনৰ দ্বাৰা প্রকাশিত গ্রন্থ ‘কোৰানৰ গল্প’ উন্মোচন…

গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী

গুৱাহাটী অসম গ্ৰন্থমেলাৰ দশম দিনা অৰ্থাৎ নতুন বছৰৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷…

শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু প্ৰশংসা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ…

শীঘ্ৰে ৰাজ্যত হ্রাস পাব বিদ্যুতৰ মাচুল: মুখ্যমন্ত্ৰী

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে সৈতে বাৰ্তালাপ কৰে। য’ত তেওঁৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ বছৰৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ এক সু-খবৰ…

পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ শতাধিক মহিলাক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ

মানৱ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ অৰ্থে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে চলিত মাহত আয়োজন কৰা এলানি প্ৰশিক্ষণ কাৰ্যসূচীত পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভৱিত বিভিন্ন…

ভাৰত ত্যাগ কৰি লণ্ডনত বাস কৰিব বিৰাট কোহলীৰ পৰিয়ালে

প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলী বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। বৃহস্পতিবাৰে, ভাৰতীয় দলটোৱে ব্ৰিছবেনৰ পৰা মেলবৰ্ণলৈ ৰাওনা হয়। এই সময়ছোৱাত, কোহলীক বিমানবন্দৰত যথেষ্ট ক্ষোভিত হোৱা দেখা যায়। দৰাচলতে, তাত উপস্থিত কেমেৰামেনজনে…