Education Entertainment ঐক্যৰ উদ্যোগত সত্ৰীয়া সংগীত মহাবিদ্যালয় মুকলি July 9, 2024 editor শিৱসাগৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু কুমাৰ দাসে…
Entertainment ‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন July 2, 2024 Sonakshi Sarkar বৃহৎ বাজেট আৰু মেগা ষ্টাৰ কাষ্টৰ সৈতে ‘কল্কি ২৮৯৮ এডি’ বোলছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে। চলচ্চিত্ৰখনৰ শক্তিশালী কাহিনীৰ পৰা ভিএফএক্স আৰু তাৰকা কলাকুশলীসকলৰ প্ৰদৰ্শনক যথেষ্ট আলোচনা হৈছে। ইয়াৰ সৈতে, এই…
Entertainment আইএমডিবিত এই বছৰৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে আত্মপ্ৰকাশ ‘লাপাতা লেডিজ’ June 14, 2024 news editor বলীউড অভিনেতা আমিৰ খানৰ পূৰ্বৰ পত্নী কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ (Laapataa Ladies)য়ে সফলতাৰ এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। ছবিখন প্ৰথমে ছবিগৃহত মুক্তি লাভ কৰে। ইয়াৰ পিছত, ছবিখন অ’টিটি-ত মুক্তি…
Entertainment ১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” May 29, 2024 Sonakshi Sarkar আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয়…
Entertainment ‘ৰূপালীম’ নাটৰ সফল মঞ্চায়ন May 29, 2024 editor বিগত ২৩,২৪ তথা ২৫ মে’ত তিনিদিনীয়াকৈ সুন্দৰীদিয়া সত্ৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৱ উপলক্ষে শেষৰ দিনা নিশা মঞ্চস্থ কৰা হয় ‘ৰূপালীম’ নাট । নাট খনৰ…
Entertainment কাঁ চলচ্চিত্ৰ মহোৎসৱত জিকিল ভাৰতৰ ৩খনকৈ ছবি May 27, 2024 news editor ২০২৪ৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠে ভাৰতৰ তিনিখনকৈ ছবি। পায়েল কাপাড়িয়াৰ “পায়েল কাপাড়িয়াৰ “All We Imagine as Light”, এফটিআইআইৰ ছাত্ৰ চিদানন্দ এছ নায়েকৰ “Sunflowers Were the First Ones to Know”…
Entertainment কাঁনত প্ৰদৰ্শিত কুকি May 22, 2024 editor ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত “কুকি” মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ…
Entertainment Latest ২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’ May 22, 2024 editor ২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…
Entertainment সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ May 14, 2024 Sonakshi Sarkar শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।…
Entertainment পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি March 30, 2024 editor নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা…