Category: Business

১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত দেশলৈ উভতিল তাৰেক ৰহমানঃ বাংলাদেশত ঐক্য আৰু শান্তিৰ আহ্বান

বাংলাদেশত চলি থকা তীব্ৰ ৰাজনৈতিক অস্থিৰতা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে ১৭ বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই স্বদেশলৈ উভতিল বাংলাদেশ নেশ্বনেলিষ্ট পাৰ্টিৰ (BNP) কাৰ্যবাহী অধ্যক্ষ তাৰেক ৰহমান। ছাত্ৰ নেতা ওচমান হাদীৰ…

বৰদিনৰ পিছদিনাই যাত্ৰীৰ জেপত হাত ৰে’ল বিভাগৰ! আজিৰে পৰা বৃদ্ধি পালে যাত্ৰীবাহী ৰে’লৰ ভাড়া

বছৰটোৰ শেষৰটো সপ্তাহত উৎসৱৰ আনন্দত মগন ৰাইজৰ জেপত পুনৰ এক ভয়ংকৰ মাধমাৰ শোধালে চৰকাৰে। সাধাৰণ জনতাৰ যাতায়াতৰ একমাত্ৰ ভৰসা ৰেল বিভাগক এতিয়া ৰাজহ সংগ্ৰহৰ মেচিনলৈ ৰূপান্তৰ কৰি আজিৰ পৰাই কাৰ্যকৰী…

চাণ্টা ক্লজক লৈ ৰাজনৈতিক বিতৰ্কঃ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৩ আপ নেতাৰ বিৰুদ্ধে গোচৰ

দিল্লীৰ কনট প্লেচত অনুষ্ঠিত এক ৰাজনৈতিক নাটকে এতিয়া আইনী জটিলতাৰ সৃষ্টি কৰিছে। আম আদমি পাৰ্টিৰ তিনিগৰাকী জ্যেষ্ঠ নেতা- সৌৰভ ভাৰদ্বাজ, সঞ্জীৱ ঝা আৰু আদিল আহমেদ খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত…

সামাজিক মাধ্যম ব্যৱহাৰত কঠোৰতা: ভাৰতীয় সেনাই জাৰি কৰিলে নতুন নিৰ্দেশনা

ভাৰতীয় সেনাই নিজৰ সদস্যসকলৰ সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিয়মসমূহ গ্ৰহণ কৰা হৈছে যেন দেশৰ নিৰাপত্তা ব্যৱস্থা অধিক সুৰক্ষিত হয়। নিৰ্দেশনাৰ অধীনত, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টেলিগ্ৰাম আৰু…

লক্ষ্ণৌত ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’ মুকলি প্ৰধানমন্ত্ৰীৰ, মুকলি হ’ল ৬৬ ফুট উচ্চতাৰ তিনি মনিষীৰ প্ৰতিমূৰ্তি

ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ মহানায়কসকলৰ ত্যাগ আৰু অৱদানক জনমানসত সজীৱ কৰি ৰখাৰ লক্ষ্যৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মাণ কৰা হৈছে এক বিশাল স্মাৰক ক্ষেত্ৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নৱনিৰ্মিত ‘ৰাষ্ট্ৰ প্ৰেৰণা…

বিদেশৰ মাটিত পুনৰ ভাৰতীয় ছাত্ৰৰ হত্যাকাণ্ড! কানাডাত প্ৰাণ হেৰুৱালে শিৱাঙ্ক অৱস্থীয়ে

বিদেশত পুনৰ এজন মেধাৱী ভাৰতীয় ছাত্রৰ মৃত্যুৰ ঘটনাই প্ৰবাসী ভাৰতীয়সকলৰ মাজত উদ্বেগ আৰু শংকা সৃষ্টি কৰিছে। ২০ বছৰীয়া গৱেষক ছাত্ৰ শিৱাঙ্ক অৱস্থীক কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ ওচৰত নিৰ্মমভাৱে গুলীত হত্যা কৰা…

সাংবাদিক এজৰেলা দালিদিয়া ফানাইৰ ৰহস্যজনক মৃত্যু! শোকস্তব্ধ মিজোৰামৰ সংবাদ জগত

উছৱৰ আনন্দৰ মাজতে মিজোৰামৰ সংবাদ জগতলৈ নামি আহিছে এক গভীৰ শোকৰ ছাঁ। আইজল চহৰৰ এটা ভাড়াতীয়া বাসগৃহৰ পৰা এগৰাকী চৰ্চিত মহিলা সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ…

বৰদিন উদযাপনত বাধা: বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ চাৰিজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে

ধৰ্মীয় উছৱৰ আনন্দ-উল্লাসৰ মাজত সমাজত বিশৃংখলা সৃষ্টি কৰিবলৈ চেষ্টাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৰদিনৰ উদযাপনত বাধা দিয়াৰ লগতে আতংকৰ সৃষ্টি কৰাত বেলশৰ আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ…

কেইবাখনো জিলা আযুক্তৰ সাল-সলনি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে।সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত,…

আজি বৰদিন

আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো…