Category: Business

হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল একে মুদ্ৰাৰ ইপিঠি-সিপিঠিঃ বিজেপি-ইউডিএফক সমালোচনা গৌৰৱ গগৈৰ

অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। সোমবাৰে মানকাচৰত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ…

অন্ধ্ৰপ্ৰদেশত ২৫ লাখ টকীয়া পুৰস্কাৰ ঘোষিত মাওবাদী নেতাৰ আত্মসমৰ্পণ; মূলসূঁতিলৈ উভতিল কুখ্যাত কেডাৰসহ ৯ সতীৰ্থ

মাওবাদী মুক্ত দেশৰ লক্ষ্যৰে কেন্দ্ৰই বান্ধি দিয়া সময়সীমাৰ ঠিক পূৰ্বে অন্ধ্ৰপ্ৰদেশত অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতলৈ উভতিল কুখ্যাত মাওবাদী কেডাৰ। সোমবাৰে মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ সদস্য তথা অন্ধ্ৰ-ওড়িশা বৰ্ডাৰ স্পেচিয়েল জ’নেল…

উত্তেজনা বৃদ্ধি; ইৰানৰ জল-বিদ্যুৎ প্ৰকল্প টাৰ্গেট কৰাৰ ভাবুকি ডোনাল্ড ট্রাম্প ৰ

আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধ এতিয়া পঞ্চম সপ্তাহত প্ৰৱেশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক ছচিয়েল মিডিয়া পোষ্টৰ মাধ্যমে তেহৰাণক সষ্ট্ৰ পৰিস্থিতিৰ হুঁচৰি মাৰি কৈছিল যে যদি ইৰানে হৰমুজ প্ৰণালী…

এক্সিছ মেক্স লাইফ আৰু য়েছ বেংকে উদযাপন কৰিছে ডিজিটেল-প্ৰথম বীমা উৎকৃষ্টতাৰ ২১ বছৰ 

এক্সিছ মেক্স লাইফ ইন্সুৰেঞ্চ লিমিটেড আৰু য়েছ বেংক লিমিটেডে দেওবাৰে বেংকশ্বুৰেন্স অংশীদাৰিত্বৰ ২১ বছৰ উদযাপন কৰি ডিজিটেল-প্ৰথম ডেলিভাৰী আৰু হাইপাৰ-ব্যক্তিগতকৃত সুৰক্ষা সমাধানৰ ওপৰত যৌথ গুৰুত্বৰ কথা সদৰি কৰিছে। দুটা দশকত…

জুবিনক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি; কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ আহ্বান ডি. কে. শিৱাকুমাৰ ৰ

ক্ষমতালৈ কংগ্ৰেছ আহিলেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন ক্ষেত্ৰ। দেওবাৰে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি…

অসমত শক্তিশালী হ’বলৈ আম আদমী পাৰ্টিৰ প্ৰচেষ্টা; তাৰকা প্ৰচাৰক হিচাপে অৰবিন্দ কেজৰীৱাল আৰু ভগৱন্ত মান

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। অসমৰ নিৰ্বাচনী যুঁজত বিশেষ গুৰুত্ব আৰোপ কৰি আপে আগশাৰীৰ নেতাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ…

বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প! নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ…

দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশখনত একাংশই প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ মাজতো দেশখনৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ঘোষণা…

ঔটেঙাৰ উপকাৰী গুণৰ বিষয়ে

ঔটেঙা উপকাৰিতা।ঔটেঙা (Elephant Apple) অসমীয়া খাদ্য সংস্কৃতিৰ এটি অতি স্বাস্থ্যসন্মত আৰু ঔষধি গুণসম্পন্ন টেঙা ফল। ভিটামিন C, A আৰু প্ৰচুৰ ফাইবাৰ থকা বাবে ই হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ কৰা,…

গোলকীয় বিনিয়োগকাৰীসকলে আই.পি.এল. (IPL)-ক সৰ্বাধিক বিকাশৰ সুযোগ হিচাপে দেখিছে: গজৱানী

‘টাইমছ ইণ্টাৰনেট লিমিটেড’ৰ (Times Internet Limited) অধ্যক্ষ সত্যান গজৱানীয়ে শুকুৰবাৰে কয় যে, ভাৰতীয় প্ৰিমিয়াৰ লীগৰ (IPL) ফ্ৰেঞ্চাইজীসমূহত আগশাৰীৰ আমেৰিকান বিনিয়োগকাৰীৰ প্ৰৱেশে এই টুৰ্ণামেণ্টখনক “বিশ্বৰ সৰ্বাধিক বিকাশশীল ক্ৰীড়া সুযোগ” হিচাপে বিশ্বজুৰি…