Category: Business

ৰেনল্ট ডাষ্টাৰ এছইউভিখনে ৩খন মহাদেশত ১ মিলিয়ন কিলোমিটাৰতকৈ অধিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে

ৰেনল্ট ইণ্ডিয়াই আগন্তুক নতুন ৰেনল্ট ডাষ্টাৰ এছইউভিখনে ৩খন মহাদেশত ১ মিলিয়ন কিলোমিটাৰতকৈ অধিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে, য’ত –২৩ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা সামৰি লোৱা…

উমৰ খালিদ-শ্বাৰ্জিল ইমামৰ কাৰাবাসৰ বাবে কংগ্ৰেছক জগৰীয়া ওৱাইছিৰ

দেশৰ ৰাজনৈতিক মহলত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ২০২০ চনৰ দিল্লী হিংসাৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ দীৰ্ঘদিনীয়া কাৰাবাসৰ বিষয়টো। অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে বৃহস্পতিবাৰে এই…

আমি মুছলমানৰ বিৰোধী নহয়, সন্ত্ৰাসবাদ আৰু পাকিস্তানৰহে বিৰোধীঃ নীতিন গাডকাৰী

ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শই জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে কাম কৰিবলৈ শিক্ষা দিয়ে, এই দল মুছলমানসকলৰ বিৰোধী নহয়। – এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। শুকুৰবাৰে উত্তৰ নাগপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী…

গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগৰ বিস্ফোৰক অভিযোগ! চলিত মাহতে নথি ৰাজহুৱা কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ভয়াৱহ অভিযোগক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ বাকযুদ্ধৰ সূচনা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা কথিত সংযোগৰ সবিশেষ তথ্য চলিত জানুৱাৰী মাহৰ শেষৰ ফালে…

জয়পুৰত সুৰাসক্ত চালকৰ তাণ্ডৱ! তীব্ৰবেগী অ’ডিৰ খুন্দাত এজনৰ মৃত্যু, ১৬ জন আহত

ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰৰ ৰাজপথ শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। চহৰখনৰ খাৰাবাচ চাৰিআলিত এখন তীব্ৰবেগী বিলাসী অ’ডি গাড়ীয়ে কেইবাজনো পথচাৰীক মহতিয়াই নিয়াৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ…

কাজিৰঙাৰ বাবে কেন্দ্ৰৰ উপহাৰ! ১৭ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমৰ প্ৰকৃতি আৰু যোগাযোগ ব্যৱস্থাৰ এক ন ৰূপায়ণৰ লক্ষ্যৰে ১৭ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৩৫০ কিলোমিটাৰ জোৰা এক…

পাকিস্তানৰ পৰা যুদ্ধবিমান কিনিব বাংলাদেশে! চুবুৰীয়া দেশৰ সামৰিক কুচকাৱাজৰ ওপৰত তীক্ষ্ণ নজৰ নতুন দিল্লীৰ

দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন সমীকৰণৰ ইংগিত পোৱা গৈছে। বাংলাদেশৰ বায়ুসেনা প্ৰধান হাছান মাহমুদ খানৰ শেহতীয়া ইছলামাবাদ ভ্ৰমণৰ পাছতে পাকিস্তানৰ পৰা যুদ্ধবিমান ক্ৰয়ৰ সম্ভাৱনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই…

গুজৰাটত অমিতাভ বচ্চনক চাবলৈ উন্মত্ত অনুৰাগীৰ তাণ্ডৱ! কেইবাজনো আহত

ৰূপালী পৰ্দাৰ মহাতাৰকা অমিতাভ বচ্চনক এবাৰ চকুৰে চাবলৈ অনুৰাগীৰ আবেগ আৰু উছাহে গুজৰাটত সৃষ্টি কৰিলে এক অনাকাংক্ষিত পৰিস্থিতিৰ। শুকুৰবাৰে চুৰাটত বলীউডৰ শাহেনশ্বাহ অমিতাভ বচ্চনক অতি ওচৰৰ পৰা পাবলৈ অনুৰাগীসকলে যি…

ভাৰত-পাক যুদ্ধ সমাপ্ত কৰাৰ পুনৰ দাবী ট্ৰাম্পৰ! শান্তিৰ ন’বেল বঁটাৰ প্ৰতি মাৰ্কিন ৰাষ্ট্ৰপতিৰ তীব্ৰ আকাং

বিশ্ব শক্তিৰ শীৰ্ষত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এজন শেহতীয়া সাক্ষাৎকাৰত ভারত আৰু পাকিস্তানৰ মাজত সংঘটিত সামৰিক উত্তেজনাৰ বিষয়ত খলকনিৰ সৃষ্টি হৈছে। ট্ৰাম্প মন্তব্য কৰে যে তেওঁ বিশেষকৈ আটাৰ যুদ্ধ…

বেংগালুৰুত ৰেপিডো চালকৰ বিৰুদ্ধে ধৰ্ষণ/যৌন নিৰ্যাতনৰ অভিযোগ! আৰক্ষীৰ গ্ৰেপ্তাৰ

মহানগৰীৰ ৰাজপথত মহিলাৰ সুৰক্ষা সুশীলতা পুনৰ এক গুৰুতৰ প্ৰশ্নৰ সূচনা কৰিছে। বেংগালুৰুত এক মহিলা যাত্ৰীৰ সৈতে যৌন নিৰ্যাতন ঘটাৰ অভিযোগত ৩৭ বছৰীয়া ৰেপিডো চালকক গ্ৰেপ্তাৰ কৰা হয়। ভুক্তভোগী ২৯ বছৰীয়া…