Category: Business

১০০ শতাংশ প্ৰতিশ্ৰুতি পূৰণৰ দাবী মুখ্যমন্ত্ৰীৰ, অসমত বিজেপি চৰকাৰ পুনৰ গঠনৰ আত্মবিশ্বাস

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত ভারতীয় জনতা পাৰ্টীয়ে অসমত পুনৰ ক্ষমতা দখল কৰিব। তিনি জানিবলৈ দিয়ে যে ফেব্ৰুৱাৰী মাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে আৰু এই…

ভাৰতীয় জলসীমা উলংঘন: পাক নৌকাসহ ৯ পাকিস্তানীক গ্ৰেপ্তাৰ

দেশৰ উপকূলৰক্ষী বাহিনীয়ে বুধবাৰে নিশা ৯ জন ক্ৰু মেম্বাৰসহ এখন পাকিস্তানী মাছমৰীয়া নৌকা আটক কৰে। আৰব সাগৰত নিয়মীয়া পহৰাত তেওঁলোকে এই নৌকা দেখিবলৈ পায় যি ভাৰতীয় জলসীমাত অনুপ্ৰৱেশ কৰিছিল। উইং…

অৱশেষত ট্ৰাম্পৰ হাতত শান্তিৰ মেডেল! নোবেল জয়ী মাৰিয়া মাচাডোৱে উপহাৰ দিলে নিজৰ নোবেল

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হোৱাইট হাউচত সাক্ষাৎ কৰি ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে উপহাৰ দিলে নিজৰ আচল ‘নোবেল শান্তি বঁটা’ৰ মেডেলটো। ২০২৫ চনৰ নোবেল শান্তি বঁটা বিজয়ী মাচাডোৱে ভেনিজুৱেলাৰ…

টেলি প্ৰাইম প্লেটফৰ্মৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে টেলি প্ৰাইম ৭.০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

টেলি চল্যুচন প্ৰাইভেট লিমিটেডে মঙলবাৰে টেলি প্ৰাইম প্লেটফৰ্মৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে টেলি প্ৰাইম ৭.০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ(এমএছএমই)ৰ বাবে সৰল আৰু…

অনন্যা পাণ্ডেই নৱবৰ্ষক আদৰিবলৈ শেহতীয়াভাৱে সহজ পন্থা বাছি লৈছে

অভিনেত্ৰী অনন্যা পাণ্ডেই নৱবৰ্ষক আদৰিবলৈ শেহতীয়াভাৱে সহজ পন্থা বাছি লৈছে, ডাঙৰ সংকল্পৰ পৰিৱৰ্তে দৈনন্দিন অভ্যাসসমূহ বৰ্তাই ৰখাত মনোনিৱেশ কৰিছে, যিবোৰ বজাই ৰখাটো সহজ। কেলিফৰ্নিয়া আলমণ্ডৰ সৈতে শ্বেয়াৰ কৰা এটা নতুন…

কেলিফৰ্ণিয়াৰ আলমণ্ডৰ পুষ্টিৰে আপোনাৰ মকৰ সংক্রান্তি পুষ্ট কৰক

বছৰৰ আৰম্ভণিতে মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত উত্সৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। পোংগল, লহৰি, উত্তৰায়ণ আৰু মাঘ বিহুৰ দৰে বিভিন্ন নামেৰে পৰিচিত এই উৎসৱ প্ৰচুৰতা, কৃতজ্ঞতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক। পৰিয়ালসমূহে…

থিয়ৰী ছাব্বাঘক অধ্যক্ষ হিচাপে নিযুক্তি দি দেশৰ নেতৃত্ব শক্তিশালী কৰিছে নিছানে

নিছানে নিজৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য, ভাৰত, ইউৰোপ আৰু ওচেনিয়া (এএমআইইঅ’) অঞ্চলত জ্যেষ্ঠ ব্যৱস্থাপনা পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে, যি ৰি:নিছান ৰূপান্তৰ পৰিকল্পনাৰ ডেলিভাৰী শক্তিশালী কৰা আৰু কাৰ্যকৰী দক্ষতা, গতি আৰু গ্ৰাহকৰ মনোযোগ…

ৰেল সংযোগত ডাঙৰ উন্নতি: অসম-বংগৰ বাবে ৯খন অমৃত ভাৰত এক্সপ্ৰেছৰ ঘোষণা

ভাৰতীয় ৰেলৱে নতুন ‘অমৃত ভাৰত এক্সপ্ৰেছ’ ৰেল যাত্ৰাৰ আৰম্ভণিৰ প্ৰক্ৰিয়া চলাইছে, যাৰ মাধ্যমে দেশৰ বিভিন্ন অঞ্চলৰ সৰি সৰল সংযোগৰ এই উদ্যোগ বিশেষকৈ অসম আৰু পশ্চিম বংগলৈ কৌশলীভাৱে লক্ষ্য কৰা হৈছে।…

কেন্দ্ৰৰ হস্তক্ষেপ, ব্লিংকিটে আঁতৰালে দহ মিনিটত ডেলিভাৰীৰ গেৰাণ্টি

গিগ ৱৰ্কাৰ আৰু ডেলিভাৰী বয়সকলৰ কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ হস্তক্ষেপৰে ব্লিংকিটে “১০ মিনিটত ডেলিভাৰী” দাবী প্রত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। শ্ৰম মন্ত্ৰী…

১০ কোটি কেৱাইচি ৰেকৰ্ডৰ মাইলৰ খুঁটি অতিক্রম চিডিএছএল ভেঞ্চাৰ্ছ লিমিটেডৰ

ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ কেৱাইচি পঞ্জীয়ন সংস্থা চিডিএছএল ভেঞ্চাৰ্ছ লিমিটেড(চিভিএল)এ ১০ কোটি কেৱাইচিৰ অভিলেখ অতিক্ৰম কৰি এক বৃহৎ মাইলৰ খুঁটিৰে দেশৰ বিত্তীয় বজাৰৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই…