Category: Business

ইউৰেকা ফ’ৰ্বছ শ্ৰদ্ধা কপূৰৰ সৈতে পৰিষ্কাৰতা আৰু স্বাস্থ্যৰ প্ৰচাৰ কৰিবলৈ অংশীদাৰী হিচাপে যোগদান কৰিছে

স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী প্ৰতিষ্ঠান ইউৰেকা ফ’ৰ্বছ লিমিটেডে নিজৰ আইকনিক ভেকুৱাম ক্লিনাৰ ৰেঞ্জৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক চুক্তিবদ্ধ কৰিছে। এই কৌশলগত সহযোগিতাই ভাৰতীয় পৰিয়াল-ঘৰসমূহত স্মাৰ্ট,…

ট্ৰুকলাৰ এআই বাৰ্তা আইডি উন্মোচন কৰে যাতে এসএমএছৰ অভিজ্ঞতা পৰিবৰ্তন হয়

ট্ৰুকলাৰে এআই-চালিত মেছেজ আইডি মুকলি কৰি ডিজিটেল যোগাযোগৰ ক্ষেত্ৰত এক বৃহৎ আপডেট মুকলি কৰিছে, যি এতিয়া ভাৰতৰ লগতে বিশ্বৰ আন ৩০খন দেশত উপলব্ধ। এই নতুন বৈশিষ্ট্যই উন্নত কৃত্ৰিম বুদ্ধিমত্তা আৰু…

টেলিপ্ৰাইম ৬.০-এ সংযুক্ত বেংকিং সুবিধাৰে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ন ৰূপত সংজ্ঞায়িত কৰিছে বিত্তীয় কাম-কাজ

ব্যৱসায়িক স্বয়ংক্ৰিয়কৰণ চফট্ৱেৰৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান টেলি ছল্যুচনে প্ৰাইভেট লিমিটেডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ বাবে সংযুক্ত বেংকিং একত্ৰিত কৰা এক অভিনৱ উন্নীত টেলিপ্ৰাইম ৬.০ মুকলি কৰিছে। এই নতুন শুভাৰম্ভণিয়ে…

তৰমুজৰ উপকাৰীতাৰ বিষয়ে জানেনে

গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে…

বিষাক্ত সুৰাই কাল হ’ল ১২জনকৈ লোকৰ

বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হল ভয়ংকৰ ঘটনা। ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত ৫জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে অমৃতসৰৰ মাজিঠা অঞ্চলত।আৰক্ষীয়ে সদৰি…

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড মুকলি কৰিছে

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে ইকুইটি, ঋণ আৰু বহুমূলীয়া ধাতুৰ ইটিএফৰ মাজেৰে কৌশলগত বিনিয়োগৰ জৰিয়তে বিপদাশংকা আৰু পুৰস্কাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে মুকলি কৰিলে এক মুক্ত-সমাপ্ত আঁচনি কানাৰা ৰোবেকো মাল্টি…

গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ নেতৃত্ব ৱিকাশৰ বাবে নতুন শ্ৰেণীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ পেট কেয়াৰ(জন্তুৰ যতন), বডী ৱাশ্ব, লিকুইড ডিটাৰজেণ্ট, ডিঅ’ডৰেণ্ট, এয়াৰ ফ্ৰেছনাৰ আৰু যৌন সুস্থতাকে ধৰি চাহিদা বৃদ্ধি পোৱা শেহতীয়া শিতানসমূহৰ দিশে নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। খাদ্যৰ মুদ্ৰাস্ফীতি…

নতুন চমকপ্ৰদ সংকলনৰ সৈতে গুৱাহাটীত ২০০+ হেয়াৰ ষ্টাইলিষ্টক উন্নীতকৰণ গড্ৰেজ প্ৰফেচনেলৰ

অসমৰ পেছাদাৰী চুলিৰ যতন খণ্ডলৈ এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি গড্ৰেজ প্ৰফেচনলে নিজৰ নতুন ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ পৰিসৰসমূহ প্ৰদৰ্শন কৰি গুৱাহাটীত ২০০ৰো অধিক হেয়াৰ ষ্টাইলিষ্টক প্ৰশিক্ষণ প্ৰদান কৰিলে।…

নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে…

মাতৃ দিৱসৰে সংগতি ৰাখি টাইটান ৱৰ্ল্ডে সমগ্ৰ ভাৰততে মুকলি কৰিছে একচেটিয়া সুগন্ধি নিৰ্মাণৰ অভিজ্ঞতা

সুগন্ধিৰ স্মৃতি জাগ্ৰত কৰাৰ এক শক্তিশালী ক্ষমতা আছে আৰু বহুতোৰ বাবে এগৰাকী মাতৃৰ সুবাস আটাইতকৈ প্ৰিয়-আৰামদায়ক আৰু চিৰস্থায়ী হৈ থাকে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে আপোনাক সেই আদৰৰ বন্ধনক সন্মান…