Business আলমণ্ডৰ শক্তি: প্ৰতিটো কামোৰতে মুক্ত কৰক সুস্থ অন্ত্ৰৰ সম্ভাৰ August 31, 2025 Business Bureau শেহতীয়াকৈ প্ৰকাশিত দুটা গৱেষণাই আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি আৰু সম্ভাৱ্যভাৱে হৃদযন্ত্ৰ ভালে ৰখাত আলমণ্ডৰ ভূমিকাৰ কথা পোহৰলৈ আনিছে। কেলিফৰ্নিয়া আলমণ্ড ব’ৰ্ডৰ পুঁজিৰে সমাপন কৰা এই গৱেষণাত গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি,…
Business দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে August 30, 2025 Dipshikha ভাৰতীয় ক্ৰীড়ানুগাৰীক পুনৰ এবাৰ আনন্দৰ সুযোগ দি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে। বেডমিণ্টন বিশ্বৰ অন্যতম চৰ্চিত এই ভাৰতীয় যুটিয়ে পেৰিছত চলি থকা বিশ্ব…
Business ৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে August 30, 2025 Dipshikha ৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে,”সাৱধান !…
Business অসমীয়াই স্বচক্ষে দেখা পাব বৃন্দাবনী বস্ত্ৰ August 30, 2025 Dipshikha মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু…
Business ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ August 30, 2025 Dipshikha বৈষ্ণোদেৱী মন্দিৰৰ পিছত এইবাৰ সমীপৱৰ্তী ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ইফালে ৰিয়াছিৰ ভূমিস্খলনতো নিহত কেবাজনো লোক ৷ আৰম্ভ উদ্ধাৰ অভিযান ।ডাৱৰ বিস্ফোৰণ, বৰষুণ, ভূমিস্খলনে বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে…
Business কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে August 29, 2025 Dipshikha কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য এই অনুষ্ঠানত থাকে।দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…
Business জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা August 29, 2025 Dipshikha জম্মু-কাশ্মীৰৰ সীমান্তৰ গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত…
Business অসুস্থ ড’নাল্ড ট্ৰাম্প August 29, 2025 Dipshikha অসুস্থ ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈছে জে ডি ভ্যান্স। খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয়।যোৱা কিছু দিন ধৰি এনে বাতৰি সঘনে প্ৰকাশ…
Business চিম্বাই বিশ্ব বিয়েৰ এৱাৰ্ড ২০২৫ত বিশ্বজনীন স্বীকৃতি অৰ্জন কৰিছে August 29, 2025 Business Bureau ভাৰততে প্ৰস্তুত বিয়েৰৰ অগ্ৰণী প্ৰতিষ্ঠান চিম্বাই বিশ্ব বিয়েৰ এৱাৰ্ড ২০২৫ত বিশ্বজনীন স্বীকৃতি অৰ্জন কৰিছে,যি হৈছে ব্ৰুইঙৰ উৎকৃষ্টতাক সন্মান জনোৱা সবাতোকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ ভিতৰত অন্যতম। বিশ্বৰ কিছুমান উন্নতমানৰ বিয়েৰৰ সৈতে…
Business টিভিএছ ৰেইডাৰ ছুপাৰ স্কোয়াড এডিচন ডেডপুল আৰু উলভাৰাইন ভেৰিয়েন্টৰ সৈতে সম্প্ৰসাৰণ কৰা হৈছে August 29, 2025 Business Bureau দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানীয়ে টিভিএছ ৰেইডাৰ ছুপাৰ স্কোয়াড এডিচন সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। মাৰ্ভেলৰ দুটা আটাইতকৈ চিনাকি চৰিত্ৰ ডেডপুল আৰু উলভাৰাইনৰ…