Business বিপিএফ প্ৰধান হাগ্ৰামাই মনোনয়ন দাখিল কৰে September 1, 2025 Dipshikha বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা। ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে।
Business পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা September 1, 2025 Dipshikha পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে তেওঁৰ সতীৰ্থই। তাৰ পাছতে বৰ্তমান ছাত্ৰীগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।জানিব পৰা মতে, এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰথমে…
Business হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া September 1, 2025 Dipshikha ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৰপেটাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক…
Business বিধ্বংসী ভূমিকম্পত মুহূৰ্ততে নামি আহিস কাল অমানিশা September 1, 2025 Dipshikha পূব আফগানিস্তানৰ পাকিস্তান সীমান্ত সমীপৱৰ্তী কুনাৰ প্ৰদেশত দেওবাৰে সন্ধিয়া ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত কমেও 800 জন লোকৰ মৃত্যু হোৱাৰ লগতে 2500 ৰো অধিক লোক আহত…
Business মৰ যুৱকৰাই পথৰ ব্যৱহাৰ পৰিবৰ্তনত অগ্ৰগামী হওক September 1, 2025 Business Bureau হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই অসমত পথ সুৰক্ষা অভিযান তীব্ৰতৰ কৰি তুলিছে, তিনিচুকীয়াৰ ছেইণ্ট ষ্টিফেনছ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিব্ৰুগড়ৰ ছেইণ্ট মেৰীছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৪০০ৰো অধিক শিক্ষাৰ্থী আৰু…
Business টাটা ডিজিটেলে ১০ লাখ ঋণৰ আবেদনৰে অ’এনডিচিৰ অগ্ৰণী ঋণ সক্ষমকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে September 1, 2025 Business Bureau টাটা ডিজিটেলে অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ(অ’এনডিচি)ৰ আগতীয়াকৈ সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতত ঋণৰ সুবিধা সুলভ কৰাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। মাত্ৰ ৩ মাহৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে ১ মিলিয়নতকৈ অধিক…
Business এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানৰ বৃহৎ ক্ষতি August 31, 2025 Dipshikha গোৱালপাৰা জিলাৰ দুধনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ আগষ্ট শনিবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানখনৰ বৃহৎ ক্ষতি হয়। ইয়াৰ লগতে এই ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ…
Business মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক August 31, 2025 Dipshikha মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপ শইকীয়াক। আঘাতপ্ৰাপ্ত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শনিবাৰে সংঘটিত হয় এই ঘটনা। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত Flower…
Business বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক August 31, 2025 Dipshikha বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক । এই যাত্ৰাত প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে সাধাৰণ জনতাই প্ৰাণ হেৰুওৱাৰ অভিযোগ ।বুৰাড়ীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকৰ…
Business বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত সফলতা August 31, 2025 Dipshikha বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু…