Category: Business

বৰপেটা – অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাই পথত তীব্ৰ খহনীয়া

বৰপেটাৰ পৰা জনিয়াৰ সমীপৱৰ্তী কৰাৰকুৰৰ বেঁকী নদীৰ দলংখনৰ পশ্চিম দিশে বিগত সময়ছোৱাত বেঁকী নদীয়ে ইউ টাৰ্ণ লৈ এনে দৰে পথটোত খহনীয়া হৈছে যে বাৰিষাৰ সময়ছোৱাত পুনৰ এই পথছোৱাত খহনীয়া চলিব…

দূৰদৰ্শী চিন্তাৰে দ্য ৰেটিনা চেণ্টাৰে আগবঢ়াইছে চকুৰ সুস্বাস্থ্যৰ যুগান্তকাৰী পদক্ষেপ; চকুৰ যত্নৰ সামগ্ৰিক পেকেজ মুকলি

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত চকু চিকিৎসা প্ৰতিষ্ঠান দ্য ৰেটিনা চেণ্টাৰে যুগান্তকাৰী কম্প্ৰিহেন্সিভ আই কেয়াৰ পেকেজ(বিস্তৃত আৰু সামগ্ৰিক চকুৰ যতন) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অগ্ৰণী পদক্ষেপৰ উদ্দেশ্য হৈছে চকুৰ যত্নৰ ক্ষেত্ৰত…

ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে গড্ৰেজ মাই ফাৰ্ম মুকলি কৰে

গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(জিএভিএল)ৰ সহযোগী প্ৰতিষ্ঠান ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে (চিডিপিএল) গড্ৰেজৰ নিজা ফাৰ্মৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি পোনপটীয়াকৈ গ্ৰাহকৰ দুৱাৰমুখত যোগান ধৰিবলৈ প্ৰিমিয়াম অফাৰ গড্ৰেজ মাই ফাৰ্ম মিল্ক মুকলি কৰিছে।…

গেৰুৱা বসন পৰিধান কৰি ধ্যানত বহিল মোদী

কন্যাকুমাৰীৰ বিবেকানন্দ শিলাস্মাৰকত ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ শনিবাৰে বিয়লিহে অন্ত পৰিব প্ৰধানমন্ত্ৰী মোদীৰ বহু চৰ্চিত ধ্যান৷ ধ্যানৰ পূৰ্বে কন্যাকুমাৰীৰ ভগৱতী দেৱী অম্মন মন্দিৰত পূজা মোদীৰ৷ গেৰুৱা বসন পৰিধান কৰি…

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা৷ বোকাখাতৰ যুৱ ব্যৱসায়ী দেৱজিৎ কলিতাক মাৰপিট৷ CCTVত বন্দী ঘটনাৰ সমগ্ৰ দৃশ্য৷ NRLৰ কৰ্মচাৰী ত্ৰিনয়ন শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ৷ ত্ৰিনয়নৰ সৈতে আছিল কাজিৰঙাৰ জান গগৈ নামৰ আন এজন…

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক। দিল্লীৰ পৰা সন্ধানহীন হৈছে নগাঁৱৰ চকীটোপৰ মুন্না বৰ্মন। মুন্নাই যোৱা ৬ বছৰ ধৰি পঞ্জাৱৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। যোৱা ৫ এপ্ৰিলত অবাধ আসাম…

“ব্যতিক্রম এডোকেচন কনক্লেভ” অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত

ব্যতিক্রম মাছডোৰ ঢাকাত ১০ জুনত অনুষ্ঠিত হবলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত । মৌ ৰায়চৌধুৰী এগৰাকী সাহিত্যিক আছিল ।বিশেষকৈ তেওঁৰ কবিতাই বহু পাঠকৰ হৃদয়…

আমাজনৰ সামূহিক ব্যস্ততাৰ পদক্ষেপে ৭.৮ নিযুতৰো অধিক জীৱনপ্ৰভাৱিত কৰিছিল

আমাজনে বিভিন্ন পদক্ষেপ ৰূপায়ণৰ জৰিয়তে সম্প্ৰদায়বোৰক শক্তিশালী কৰি তুলিছে, এনে পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ ৭.৮ মিলিয়নৰো অধিক লোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কোম্পানীটোৱে নিজৰ সম্পদ আৰু উদ্ভাৱনী ক্ষমতা…

বানৰ মাজতে অঘটন

বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷ বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷ প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা…

বতৰক লৈ ডাঙৰ আপডেট

বতৰক লৈ ডাঙৰ আপডেট। ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট। বৰষুণৰ লগতে হ’ব ধুমুহা-বজ্ৰপাত! অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি…