Business ভি মুভিজ আৰু টিভি এপ্পে ১৭ টা অ’টিটি এপ্পৰ প্ৰৱেশাধিকাৰৰ সৈতে নতুন চাবস্ক্ৰিপশ্বন আঁচনি প্ৰৱৰ্তন কৰে July 1, 2024 Business Bureau ১৭টা আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা উদ্ভাৱনীমূলক চাবস্ক্ৰিপচন প্লেন মুকলিৰ সমান্তৰালভাৱে জি5ক নিজৰ ধ্বাজাবাহী ভি মুভিজ এণ্ড টিভি এপত সংযুক্ত কৰি নিজৰ মনোৰঞ্জনৰ ভাণ্ডাৰক অধিক শক্তিশালী কৰি তুলিছে।…
Business কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা July 1, 2024 Dipshikha কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি…
Business চেমচাঙে ভাৰতত ইয়াৰ মিউজিক ফ্ৰেম প্ৰৱৰ্তন কৰিছে July 1, 2024 Business Bureau চেমচাং ইণ্ডিয়াই ভাৰতৰ মুকলি কৰিলে মিউজিক ফ্ৰেম। এই মিউজিক ফ্ৰেম হৈছে এটা ৱায়াৰলেছ স্পীকাৰ, দেখাত শিল্পকৰ্মৰে অনন্য ৰূপত তুলি ধৰা হৈছে। চেমচাং মিউজিক ফ্ৰেমত নতুন সুবিধা যেনে ডলবি এটমছ আৰু…
Business বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল July 1, 2024 Dipshikha *BREAKING@Desk বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশটোৰ ভিতৰতে বুৰাই পেলালে লাওখোৱাৰ 4নং আৰু 5নং ভগামুখ গাঁৱত। নিশাৰ ভিতৰতে প্লাৱিত কৰিলে লাওখোৱা ভগামুখৰ গাঁওকেইখন। জলমগ্ন…
Business অনেষ্ট টিয়ে তেওঁলোকৰ আটাইতকৈ নতুন #ফাইণ্ডয়ৰগুড অভিযান ঘোষণা কৰে July 1, 2024 Business Bureau জৈৱিক সেউজীয়া চাহৰ সৈতে ৰেডি টু ড্ৰিংক পানীয় অনেষ্ট টিয়ে জনপ্ৰিয় লেখিকা, স্তম্ভলেখক আৰু সুস্থতা সচেতন টুইংকল খান্নাৰ সহযোগত নতুন #ফাইণ্ডয়ৰগুড অভিযান মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। শেহতীয়াভাৱে মুকলি…
Business চেমচাঙে ১০ জুলাইৰ মুকলিৰ সৈতে গ্যালাক্সি এআইৰ পৰৱৰ্তী ফ্ৰণ্টিয়াৰ উন্মোচন কৰে July 1, 2024 Business Bureau অহা ১০ জুলাইত আয়োজন কৰা গ্লবেল উদ্বোধনী অনুষ্ঠানত চেমচাঙে পৰৱৰ্তী প্ৰজন্মৰ গেলেক্সি জেড স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰাৰ বাবে সাজু হৈছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজন কৰা হ’ব গেলেক্সি আনপেকড…
Business এক্সিছ মিউচুৱেল ফাণ্ডৰ দ্বাৰা মুকলি কৰা ‘এক্সিছ নিফটি ৫০০ ইণ্ডেক্স ফাণ্ড’ June 30, 2024 Business Bureau এক্সিছ মিউচুৱেল ফাণ্ডে নতুন ফাণ্ড অফাৰ -এক্সিছ নিফটি ৫০০ ইণ্ডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অপেন-এণ্ডেড ইণ্ডেক্স(মুকলি সূচকাংক পুঁজি)ৰ জৰিয়তে নিফটি ৫০০ মুঠ ৰিটাৰ্ন সূচকাংক(টিআৰআই)ৰ প্ৰদৰ্শনৰ প্ৰতিলিপি বা…
Business এইচএমএছআই-য়ে মেঘালয়ৰ শ্বিলঙত ইয়াৰ প্ৰথম বিক্ৰী আৰু সেৱা ৰেড উইং আউটলেট মুকলি কৰিছে June 30, 2024 Business Bureau হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া (এইচএমএছআই)য়ে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত প্ৰথমটো চেলছ এণ্ড চাৰ্ভিছ ৰেড ৱিং আইটলেট আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা গৌৰৱেৰে প্ৰকাশ কৰিছে। মেঘালয়ত কোম্পানীটোৰ এই প্ৰথমটো ডিলাৰশ্বিপ…
Business প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১০ টা গুৰুত্বপূৰ্ণ চুক্তিৰ সৈতে ভাৰত-বাংলাদেশ সম্পৰ্ক কঢ়িয়াই আনিছে June 30, 2024 Business Bureau বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দুদিনীয়া ভাৰত ভ্ৰমণে আৰু অধিক শক্তিশালী কৰিলে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ, য’ত বিভিন্ন খণ্ডৰ সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে ১০খনকৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰী হাছিনাই নিজৰ প্ৰতিনিধি…
Business বিশেষজ্ঞৰ যত্ন: ৰবটিক আঁঠু প্ৰতিস্থাপনে সৰ্বশ্ৰেষ্ঠ ফলাফল সৰ্বোদয় চিকিৎসালয় তৈয়াৰ কৰে June 29, 2024 Business Bureau আজিৰ জীৱনশৈলীৰ বাবে বৃদ্ধ লোকসকলৰ লগতে ৪০ বছৰ অতিক্ৰম কৰা লোকসকলৰ আঁঠুৰ বিষৰ সমস্যাত ভূগিবলৈ ধৰিছে। সৰ্বোদয়া চিকিৎসালয়ৰ জইণ্ট ৰিপ্লেচমেণ্ট বিভাগৰ সঞ্চালক ডাঃ সুজয় ভট্টাচাৰ্জীয়ে আঁঠুৰ বিষত আক্ৰান্ত ৰোগীৰ বাবে…