Category: Business

২০২৬ চনৰ ভাৰতীয় মটৰ চাইকেল লাভ কৰে টিভিএছ আপাচি আৰটিএক্সে

টিভিএছ মটৰ কোম্পানীয়ে নতুনকৈ মুকলি কৰা এডভেঞ্চাৰ ৰেলী ট্যুৰাৰ টিভিএছ আপাচি আৰটিএক্সে জে কে টায়াৰে প্ৰদান কৰা বহু আকাংক্ষিত ইণ্ডিয়ান মটৰ চাইকেল অৱ দ্য য়েৰ (আইএমঅ’টিৱাই) ২০২৬ বঁটা জিনিবলৈ সক্ষম…

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণক অধিক সুলভ কৰি তুলিবলৈ ভি আৰু নিয়োৱে যোগদান কৰে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই ফিনটেক নিয়োৰ সৈতে অংশীদাৰিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অফাৰ সম্প্ৰসাৰণ কৰি এই ছুটী-অৱসৰৰ সময়ছোৱাত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকৰ বাবে জিৰো মাৰ্কআপ ফৰেক্স কাৰ্ড প্ৰদান কৰিছে।…

বিদ্যুৎ উৎপাদন আৰম্ভ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা এনএইচপিচি বিগ ডেম, যাক লৈ দীৰ্ঘদিন ধৰি চলি আহিছে প্ৰতিবাদ, এই নদীবান্ধৰ বিৰুদ্ধে হৈছিল ৰক্তাক্ষয়ী আন্দোলনো। কিন্তু তাৰ পাছতো এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিল। উত্তৰ…

কাৰ্বিভূমিত আজিও উত্তপ্ত পৰিস্থিতি

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। জিলাখনত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আৰক্ষীকে ধৰি কমেও ৪৫ জন লোক…

পুনৰ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা

তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত লিবিয়াৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে…

গেছৰ পৰা পৰিত্ৰাণ পাব এইবিধ খাদ্য খালে

অমিতা এবিধ সুস্বাদু ফল আৰু ই শৰীৰৰ বাবেও বহু উপকাৰিতা সাধন কৰে । যদি আমি কওঁ যে, ই স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল তেন্তে হয়তো ভুল নহ’ব । অমিতাই ওজন হ্ৰাস কৰাত…

টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আৰম্ভ কৰিছে মাল্টিকেপ অপৰচুনিটীজ ফাণ্ড

আজিৰ অস্থিৰ বজাৰত, বিশ্বব্যাপী অনিশ্চয়তা আৰু খণ্ডৰ উত্থান-পতনৰ দ্বাৰা চিহ্নিত, বিনিয়োগকাৰীসকলে বিপদাশংকা আৰু পুৰস্কাৰৰ ভাৰসাম্য বজাই ৰখা কৌশল গ্ৰহণ কৰিব লাগিব। এই জটিল বিত্তীয় পৰিৱেশটোক নেভিগেট কৰাৰ বাবে বৈচিত্ৰ্যপূৰ্ণ পদ্ধতি…

আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্সে মুকলি কৰে এবিএছএলআই ভিজন ৰিটায়াৰমেণ্ট ছল্যুচন

আদিত্য বিৰলা কেপিটেলৰ জীৱন বীমা সহযোগী প্ৰতিষ্ঠান আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে বৃহস্পতিবাৰে মুকলি কৰে এবিএছএলআই ভিজন ৰিটায়াৰমেণ্ট ছল্যুচন নামৰ নতুন অৱসৰৰ সামগ্ৰী, যিয়ে আজীৱন বিত্তীয় সুৰক্ষাৰ বাবে…

ছানফিষ্ট মম’ছ মেজিকে মুকলি কৰিছে ঘি ৰোষ্টেড নাট্ছ কুকিজ — মাৰ পচন্দ অনুসৰিয়ে কৰা হৈছে প্ৰস্তুত

কিছুমান সুগন্ধি আছে যিবোৰে কেৱল কোঠা এটাই ভৰাই নোতোলে —লগতে হৃদয়ো ভৰাই তোলে। গৰম ঘিউৰ সৈতে লাহে লাহে বাদাম মিলি যোৱাটো ইয়াৰ ভিতৰত অন্যতম। ই ভাৰতীয় ঘৰবোৰৰ মাজেৰে গতিশীল স্মৃতিৰ…

গ্ল’বেল এডুকেচন আপগ্ৰেড অংশীদাৰিত্বৰ জৰিয়তে এছএছএইচই-ৰ কেম্পাছ

কৰ্ণাটকৰ ডিমড-টু-বি-ইউনিভাৰ্চিটী শ্ৰী সিদ্ধাৰ্থ একাডেমী অৱ হায়াৰ এডুকেচন(এছএছএইচই)-এ আজি বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ভিতৰত উদ্যোগৰ সৈতে সংগতি ৰাখি স্কুল অৱ টেকনলজীক সন্নিৱিষ্ট কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ শিক্ষণ পৰিৱেশৰ সৈতে আপগ্ৰেড স্কুল…