Category: Business

টিভিএছে সমগ্ৰ ভাৰতত আৰম্ভ কৰিছে সেৱা অভিযান

দুচকীয়া আৰু তিনিচকীয়া বাহন শাখাৰ আগশাৰীৰ বিশ্বব্যাপী নিৰ্মাতা টিভিএছ মটৰ কোম্পানীয়ে গ্ৰাহকক বাহনৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি নতুন বছৰটো আৰম্ভ কৰিবলৈ উৎসাহিত কৰি দেশজোৰা পদক্ষেপ হাতত লোৱাৰ কথা ঘোষণা কৰিছে। ‘ৰিজ’লভ,…

দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে বৈভৱ

দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণি দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে…

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুয়ে

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে ৷ দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দ্বিতীয়জন ব্যক্তি হৈছে অমৃত মণ্ডল ৷ বুধবাৰে নিশা সংঘটিত…

আজিৰে পৰা ৰেল টিকটৰ মূল্য বাঢ়িব

আজিৰ পৰা ৰে’ল যাত্ৰা কৰোতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। পূৰ্বৰ তুলনাত ৰে’ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। কিয়নো ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ…

টাটা কফি গ্ৰেণ্ড: ঐতিহ্য আৰু উদ্ভাৱনৰ মিশ্ৰণ

টাটা কফি গ্ৰেণ্ডে নিজৰ দীৰ্ঘদিনীয়া কফিৰ উত্তৰাধিকাৰক আধুনিক সামগ্ৰীৰ উদ্ভাৱনৰ সৈতে মিহলাই ভাৰতৰ কফি বজাৰত নিজৰ উপস্থিতি গঢ়ি তুলিছে। হাউছ অৱ টাটাৰ এই ব্ৰেণ্ডটোৱে গ্ৰাহকক এক সমৃদ্ধ, সতেজ আৰু সুগন্ধি…

অৰ্গেনিক ইণ্ডিয়া কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে

টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড হাউছৰ অৰ্গেনিক ইণ্ডিয়াই নিষ্ঠা, অখণ্ডতা আৰু প্ৰজন্মগত প্রজ্ঞাৰে ভূমিক লালন-পালন কৰা কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে। যোৱা বছৰৰ “প্ৰকৃতিক প্ৰতিপালন কৰা হাত”ৰ শ্ৰদ্ধাঞ্জলিৰ…

উন্নাও ধৰ্ষণ কাণ্ড! কুলদীপ চেংগাৰৰ জামিনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ

ন্যায়ালয়ৰ এটা সিদ্ধান্তই যেতিয়া এজন জঘন্য অপৰাধীক মুকলি আকাশৰ তললৈ অহাৰ সুযোগ দিয়ে, তেতিয়া বিচাৰ ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজে হেৰুৱায় পেলায় আস্থা। আজি তাৰেই প্ৰতিচ্ছবি স্পষ্ট হৈ পৰিল দিল্লীৰ ৰাজপথত।…

১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত দেশলৈ উভতিল তাৰেক ৰহমানঃ বাংলাদেশত ঐক্য আৰু শান্তিৰ আহ্বান

বাংলাদেশত চলি থকা তীব্ৰ ৰাজনৈতিক অস্থিৰতা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে ১৭ বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই স্বদেশলৈ উভতিল বাংলাদেশ নেশ্বনেলিষ্ট পাৰ্টিৰ (BNP) কাৰ্যবাহী অধ্যক্ষ তাৰেক ৰহমান। ছাত্ৰ নেতা ওচমান হাদীৰ…

বৰদিনৰ পিছদিনাই যাত্ৰীৰ জেপত হাত ৰে’ল বিভাগৰ! আজিৰে পৰা বৃদ্ধি পালে যাত্ৰীবাহী ৰে’লৰ ভাড়া

বছৰটোৰ শেষৰটো সপ্তাহত উৎসৱৰ আনন্দত মগন ৰাইজৰ জেপত পুনৰ এক ভয়ংকৰ মাধমাৰ শোধালে চৰকাৰে। সাধাৰণ জনতাৰ যাতায়াতৰ একমাত্ৰ ভৰসা ৰেল বিভাগক এতিয়া ৰাজহ সংগ্ৰহৰ মেচিনলৈ ৰূপান্তৰ কৰি আজিৰ পৰাই কাৰ্যকৰী…

চাণ্টা ক্লজক লৈ ৰাজনৈতিক বিতৰ্কঃ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৩ আপ নেতাৰ বিৰুদ্ধে গোচৰ

দিল্লীৰ কনট প্লেচত অনুষ্ঠিত এক ৰাজনৈতিক নাটকে এতিয়া আইনী জটিলতাৰ সৃষ্টি কৰিছে। আম আদমি পাৰ্টিৰ তিনিগৰাকী জ্যেষ্ঠ নেতা- সৌৰভ ভাৰদ্বাজ, সঞ্জীৱ ঝা আৰু আদিল আহমেদ খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত…