Business প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনলৈ ‘চ্যুকাফা বঁটা’ January 5, 2026 Sonakshi Sarkar অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক নলবাৰীত প্ৰদান কৰে ‘চ্যুকাফা বঁটা’। শাৰীৰিক অসুস্থতাৰ বাবে চৰাইদেউত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত দেওবাৰে নলবাৰী আইন…
Business ভোটাৰ তালিকাৰ সংশোধনীক লৈ সৰৱ আছু-আটাছুসহ জাতীয় সংগঠন January 5, 2026 Sonakshi Sarkar ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিসংগতিক লৈ জাঙুৰ খাই উঠিছে আছু আৰু আটছুসহ কেবাটাও জাতীয় সংগঠন। অসমৰ ভোটাৰ তালিকাত অনা-অসমীয়া আৰু বহিৰাগতক বৰপীৰা পাৰি দিবলৈ চৰকাৰ আৰু…
Business গ্ৰীনলেণ্ড দখলৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰঃ ডেনমাৰ্কৰ তীব্ৰ বিৰোধিতা January 5, 2026 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডেনমাৰ্কৰ অধীনস্থ স্বায়ত্তশাসিত অঞ্চল গ্ৰীনলেণ্ড দখলৰ ইচ্ছা পুনৰ প্ৰকাশ কৰিছে। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকচেনৰ বিৰোধিতা আৰু আবেদন নেওচি ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা জানিবলৈ…
Business সীমান্তত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে জোৱান প্ৰগত সিঙে! January 5, 2026 Sonakshi Sarkar দেশৰ হকে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে সীমান্তত প্ৰাণ হেৰুৱালে এগৰাকী বীৰ জোৱানে। জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিয়োজিত ভাৰতীয় সেনাৰ ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ নায়ব চুবেদাৰ প্ৰগত সিঙে কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাবটি…
Business ৰাছিয়াৰ সৈতে তৈল বাণিজ্যক লৈ ভাৰতক পুনৰ ভাবুকি! শুল্ক বৃদ্ধিৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ January 5, 2026 Sonakshi Sarkar ৰাষ্ট্ৰীয় ৰাজনীতিৰ মঞ্চত আমেৰিকাৰ একচ্ছত্ৰী আধিপত্য বিস্তাৰৰ চেষ্টাই ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত এতিয়া সৃষ্টি কৰিছে নতুন জটিলতাৰ। ভেনিজুৱেলাত সামৰিক অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক সপত্নীক অপহৰণ কৰা কাৰ্যক লৈ…
Business তামিলনাডুত এইবাৰ এনডিএ ক্ষমতালৈ আহিব বুলি আত্মবিশ্বাসী অমিত শ্বাহ January 5, 2026 Sonakshi Sarkar দেশৰ ৰাজনৈতিক পৰিপ্রেক্ষিতত বিজেপিৰ ক্ৰমাগত বিজয়ে কেন্দ্ৰীয় নেতৃত্বক অধিক আত্মবিশ্বাসী কৰি তুলিছে, বিশেষকৈ দক্ষিণ আৰু পূব ভাৰতৰ নিৰ্বাচনবোৰৰ বাবে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তামিলনাডু আৰু পশ্চিম বংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত…
Business মাডাৰ্ছ ৰেচিপি: “মম ফু” ডিজিটেল অভিযান January 4, 2026 Business Bureau প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালসমূহে বিশ্বাস কৰি অহা ভাৰতীয় খাদ্য ব্ৰেণ্ড মাডাৰ্ছ ৰেচিপিয়ে সমগ্ৰ উত্তৰ-পূবত নিজৰ ৰেচিপি চছৰ পৰিসৰৰ প্ৰচাৰৰ বাবে “মম ফু: মা কা প্যাৰ ইন এ নিউ অৱতাৰ”…
Business দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী January 3, 2026 Dipshikha গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল…
Business এক ব্যতিক্ৰমী ভেলা ঘৰ January 3, 2026 Dipshikha ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা…
Business বটদ্ৰৱাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা January 3, 2026 Dipshikha বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…